• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিকিৎসকক আক্ৰমণ কোভিড১৯ আক্ৰান্ত পৰিয়ালৰ : কণিষ্ঠ চিকিৎসকৰ ডিউটী বৰ্জন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2020 10:10 am
hosp2-1-696x464
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড১৯ত আক্ৰান্তৰ আত্মীয়ই আক্ৰমণ কৰাৰ পিছত তেলেংগানাত কণিষ্ঠ চিকিৎসকে বৰ্জন কৰিছে নিজৰ ডিউটী।

তেলেংগানাৰ হায়দৰাবাদস্থিত গান্ধী জেনেৰেল হাস্পতালৰ প্ৰায় ২০০ কণিষ্ঠ চিকিৎসকে আনকি প্ৰতিবাদী কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছে।

Apply Now

যোৱা মঙলবাৰে নিশা হাস্পতালখনত চিকিৎসাধীন এগৰাকী কোভিড১৯ত আক্ৰান্তৰ মৃত্যু হোৱাৰ পিছত ৰোগীৰ আত্মীয় লোকে এজন কণিষ্ঠ চিকিৎসক আক্ৰমণ কৰিছিল।

উক্ত আক্ৰমণৰ প্ৰতিবাদ স্বৰূপে কণিষ্ঠ চিকিৎসকলে ধৰ্ণা দিয়াৰ লগতে ডিউটী বৰ্জনৰ কাৰ্যসূচী লৈছে।

জানিব পৰা মতে ৰাজ্যখনৰ উক্ত চিকিৎসালয়খনত কোভিড১৯ ৰোগীক চিকিৎসাৰ বাবে উপযুক্ত আন্তঃগাঠনি আছে।

তাৰপিছতো ৫৫ বৰ্ষীয় কোভিড১৯ আক্ৰান্ত লোকজনে পত্নী আৰু পুত্ৰৰ সৈতে চিকিৎসাৰ বাবে চিকৎসালয়খনত ভৰ্তি হোৱাৰ পিছত শৌচালয়ত পৰি ৰোগীজনৰ মৃত্যু ঘটাৰ পিছত প্ৰশ্নৰ উদ্ৰেক হৈছে।

এই ঘটনাত ক্ষুব্ধ হৈ ৰোগীজনৰ পৰিয়ালৰ লোকে এজন কণিষ্ঠ চিকিৎসকক আক্ৰমণ কৰে।

চিকিৎসকসকলে দাবী কৰিছে যে কোভিড১৯ ৰোগীজনক তেওঁৰ বিচনা নেৰিবলৈ বাৰে বাৰে বাধা প্ৰদান কৰিছিল যদিও ৰোগীজনে সেয়া মনা নাছিল।

কণিষ্ঠ চিকিৎসকসকলে অভিযোগ কৰিছে যে মৃত লোকজনৰ পৰিয়ালৰ লোকে সংশ্লিষ্ট চিকিৎসকগৰাকীক চকীৰে আক্ৰমণ কৰে।

চিকিৎসকৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে মৃত লোকজনৰ পুত্ৰ আৰু এজন খুলশালিয়েকক হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইফালে ধৰ্ণাৰত কণিষ্ঠ চিকিৎসকসকলক সাক্ষাৎ কৰি তেলেংগানাৰ স্বাস্থ্যমন্ত্ৰী এটালা ৰাজেন্দ্ৰই কথা পাতিব বুলি আশা কৰিছে ৰাজ্যখনৰ কণিষ্ঠ চিকিৎসক সন্থাৰ সাধাৰণ সম্পাদক ডাঃ কেইজাৰ হুছেইনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd