• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কঠোৰ আইন অনাৰ পাছতো দিল্লীৰ এলএনজেপি হাস্পাতলৰ চিকিৎসকৰ গাত হাত তুলিলে ৰোগীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2020 5:22 pm
1586435761_ppe new

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ এলএনজেপি হাস্পাতালত কৰ’না ভাইৰাছৰ বিৰুদ্ধে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে নিৰন্তৰ যুঁজ অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে চিকিৎসকক ৰোগীয়ে অভব্য আচৰণ কৰাৰ এক ঘটনা সংঘটিত হৈছে।

হাস্পাতলখনৰ চিকিৎসকে এটা ভিডিঅ’যোগে এই ঘটনাৰ কথা সদৰী কৰে। তেওঁলোকে অভিযোগ কৰা অনুসৰি, দুজন ৰোগীয়ে এগৰাকী চিকিৎসকৰ সৈতে এইদৰে অভব্য আচৰণ কৰে।

Apply Now

তেওঁলোকে মহিলা সুৰক্ষাকৰ্মীৰ সৈতেও অভব্য আচৰণ কৰে। এনে ঘটনাত চিকিৎসকসকল হতাশ হৈ পৰিছে।

ভিডিঅ’টোত চিকিৎসকগৰাকীয়ে কয় যে ‘’আজি আমাৰ সৈতে এটা ঘটনা সংঘটিত হয়। CATSৰ এম্বুলেন্সত দুজন লোকে ৰোগী এজন লৈ আহিছিল। আমি তেওঁলোকক অলপ অপেক্ষা কৰিবলৈ কওঁ। ইয়াত তেওঁলোকক সন্তুষ্ট নহয় আৰু চিকিৎসকৰ কাষ চাপি আহে।তেওঁলোকে নিজৰ মাস্ক খুলি চিকিৎসকৰ নিচেই কাষ চাপি যায়। চিকিৎসকে যেতিয়া সামাজিক দূৰত্ব বজাই ৰখাৰ পৰামৰ্শ দিয়ে তেতিয়া বাক-বিতণ্ডাত লিপ্ত হয় আৰু কয় যে আমাৰ কৰ’না হ’লে আপোনালোককো আমি দিম।‘’

চিকিৎসকে অভিযোগ কৰে যে যেতিয়া ৰোগীজনক বুজাবলৈ চেষ্টা কৰা হয় তেওঁ মানিবলৈ অস্বীকাৰ কৰে আৰু অভব্য আচৰণ কৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ মাজতে তেওঁ চিকিৎসকৰ গাত হাতো উঠায়। যিজনে হাত তোলে তেওঁ CATSত কাম কৰা এগৰাকী মহিলা ষ্টাফ আছিল। চিকিৎসকে মহিলা সুৰক্ষা কৰ্মীক মতাত CATSৰ পুৰুষ ষ্টাফে তেওঁৰ সৈতেও অভব্য আচৰণ কৰে তথা গালি বৰ্ষণ কৰে।

এই সন্দৰ্ভত হাস্পাতলৰ চিকিৎসকে ৰাজ্যখনৰ মুখ্য মন্ত্ৰীৰ সঞ্চালকালয়ত লিখিত অভিযোগ দাখিল কৰে যদিও  CATSৰ ফালৰ পৰা ক্ষমা বিচৰাৰ পাছত ইয়াৰ বাবে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল নকৰিলে।

হয়তো স্বাস্থ্যকৰ্মীৰ ওপৰত আক্ৰমণৰ বাবে দোষীৰ বিৰুদ্ধে ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰ আইনেও দিল্লীত এতিয়ালৈকো প্ৰভাৱ পেলাব পৰা নাই যাৰ বাবেই এইদৰে কৰ’নাৰ বিৰুদ্ধে যুঁজত জীৱন আগবঢ়াই দিয়া চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd