• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেৰিছত প্ৰদৰ্শিত হ’ব নিৰুদ্দিষ্ট কবি অৱনী চক্ৰৱৰ্তীৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি

পেৰিছৰ বিখ্যাত 'লুভাৰ মিউজিয়াম'ত প্ৰিমিয়াৰ শ্ব' হ'ব ছবিখনৰ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
February 22, 2020 9:45 pm
Aboni
655
VIEWS
Share on FacebookShare on Twitter

অসমৰ নিৰুৰ্দ্দিষ্ট কবি অৱনী চক্ৰৱৰ্তীৰ জীৱনৰ আধাৰত নিৰ্মিত হৈছে এখন ছবি।

‘আই ড’ণ্ট ৱান্ট টু বি বৰ্ন এগেইন ফ’ৰ পয়েম’ শীৰ্ষক ছবিখন নিৰ্মাণ কৰি উলিয়াইছে গুৱাহাটীৰ ভাস্কৰজ্যোতি দাস আৰু ৱাৰীৱাম ডৰেন্দ্ৰই।

২২ মিনিটৰ এই ছবিখনে দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ছবিখন অহা ২৯ ফেব্ৰুৱাৰীত পেৰিছৰ বিশ্ববিশ্ৰুত ‘লুভাৰ মিউজিমত’ অনুষ্ঠিতব্য ‘ৰেনকণ্টাৰ্ছ ইন্টাৰ্নেশ্যচেল পেৰিছ/বাৰ্লিনত ছবি মহোৎসৱ’ত প্ৰতিযোগিতাৰ শাখাত প্ৰদৰ্শিত হ’ব। উল্লেখ্য যে বিশ্বৰ ১০১ দেশে অংশগ্ৰহণ কৰিবলগীয়া এই মহোৎসৱলৈ প্ৰায় ৫ হাজাৰখন ছবিৰ মাজৰ পৰা মাত্ৰ ৮০ খন ছবিহে প্ৰতিযোগিতা শিতানৰ বাবে বাবে নিৰ্বাচিত হৈছ।ছবিখনে ভাৰতক প্ৰতিনিধিত্ব কৰিব।

শিল্পৰ ভিন্ন দৃষ্টিকোণৰ সমাহাৰেৰে বিচিত্ৰ মাত্ৰা প্ৰদান কৰা ছবিক এই মহোৎসৱৰ বাবে নিৰ্বাচিত কৰা হয়।

উল্লেখ্য যে ‘আই ড’ণ্ট ৱান্ট টু বি বৰ্ন এগেইন ফ’ৰ পয়েম’ শীৰ্ষক ২২ মিনিট দৈৰ্ঘ্যৰ ছবিখন ‘লুভাৰ মিউজিয়াম’তে ৱৰ্ল্ড প্ৰিমিয়াৰ শ্ব’ কৰা হ’ব। এই বিখ্যাত ‘লুভাৰ মিউজিয়াম’তে লিঅ’নাৰ্দো ভিন্সিৰ বিশ্ব বিশ্ৰুত ‘মনালিছা’ সংৰক্ষণ কৰি ৰখা হৈছে।

ইফালে বিশ্বখ্যাত এই মহোৎসৱলৈ ছবিখন নিৰ্বাচিত হোৱাৰ বাবে ছবিখনৰ নিৰ্মাতাদ্বয় যথেষ্ট উৎফুল্লিত হোৱাৰ লগতে সন্মানিতবোধ কৰিছে।

নিৰ্মাতাদ্বয়ৰ ভাস্কৰজ্যোতি দাসে ইতিপূৰ্বে ‘হান্দুক’ আৰু ‘সোণাৰ বৰণ পাখী’ ছবিৰ চিত্ৰনাট্য প্ৰস্তুত কিৰিছিল আৰু ৱাৰীৱাম ডৰেন্দ্ৰ কেবাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছিল।

১৯৪১ চনত জন্মগ্ৰহণ কৰা অসমৰ প্ৰতিভাৱান কবি অৱনী চক্ৰৱৰ্তী ১৯৯৪ চনত নিৰুৰ্দ্দিষ্ট হৈছিল। অসমীয়া কবিতালৈ নতুন প্ৰৱাহ আনিবলৈ প্ৰয়াস কৰা কবিজনাৰ জীৱন তথা কৰ্মক নতুন সমপৰীক্ষাৰে ছবি নিৰ্মাতাদ্বয়ে তুলি ধৰিবলৈ প্ৰয়াস কৰিছে বুলি জানিবলৈ দিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd