• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেপিটেল বিল্ডিং আক্ৰমণ :মহাভিযোগৰ পৰা মুক্ত হ’ল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প

মহাভিযোগৰ বিপক্ষে ৫৭,সপক্ষে ৪৩ টা ভোট

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2021 12:24 pm
a trump
169
VIEWS
Share on FacebookShare on Twitter

দ্বিতীয়বাৰৰ বাবে উত্থাপিত  মহাভিযোগৰ পৰা মুক্ত হ’ল প্ৰাক্তন মাৰ্কিন  ৰাষ্ট্ৰপতি ডোনাল্ডে ট্ৰাম্প।

চলিত বৰ্ষৰ ৬ জানুৱাৰীত ট্ৰাম্পে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেপিটেল বিল্ডিং আক্ৰমণ কৰিবলৈ সমৰ্থকক  উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগৰ ভিত্তিতে তেওঁৰ বিৰুদ্ধে অনা হৈছিল মহাভিযোগ।

শনিবাৰে  মাৰ্কিন কংগ্ৰেছৰ ছিনেটত  প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগ  অনা হৈছিল আৰু সেই মহাভিযোগৰ সপক্ষে ৪৩ গৰাকী ছিনেটৰে ভোটদান কৰাৰ বিপৰীতে বিৰুদ্ধে ভোটদান কৰে ৫৭ গৰাকী ছিনেটৰে।

ফলত এইবাৰৰ বাবে ৰক্ষা পৰিল ট্ৰাম্প। ছিনেটত থকা ৰিপাব্লিকান ছিনেটৰসকলৰ  সংখ্যাগৰিষ্ঠতাৰ বাবেই ট্ৰাম্প মহাভিযোগৰ পৰা মুক্ত হ’বলৈ সক্ষম হয় যদিও ভোটদানৰ সময়ত ৰিপাব্লিকান দলৰ ৭ গৰাকী ছিনেটৰে ডেম’ক্ৰেটিক দলৰ পক্ষলৈ ট্ৰাম্পৰ শাস্তি দাবী কৰে।

অৱশ্যে মহাভিযোগত দোষী সাৱস্ত্য কৰিবলৈ প্ৰয়োজন হোৱা দুই তৃতীয়াংশ ভোট নোহোৱাত ট্ৰাম্প ৰক্ষা পৰে।

কেপিটেল বিল্ডিং আক্ৰমণ কৰিবলৈ ট্ৰাম্পে উচটনি দিয়াৰ কথা প্ৰমাণ কৰিবলৈ বিসম্বাদী ৰিপাপ্লিকান ছিনেটৰ সাতগৰাকীয়ে সদনত কেতবোৰ ভিডিঅ’ও প্ৰদৰ্শন কৰে।

ইয়াৰ পূৰ্বে উত্থাপিত মহাভিযোগৰ প্ৰথম ভোটদানত হাউজ অৱ ৰিপ্ৰজেন্টেটিভত ট্ৰাম্পৰ বিপক্ষে ২৩২ টা আৰু সপক্ষে ১৯৭ টা ভোট পৰিছিল।

উল্লেখ্য যে মাৰ্কিন কেপিটেল বিল্ডিঙত ট্ৰাম্পৰ সমৰ্থকৰ দ্বাৰা হোৱা আক্ৰমণৰ ঘটনাত চাৰি গৰাকী লোকৰ প্ৰাণহানি হৈছিল।

সমগ্ৰ বিশ্ব সম্প্ৰদায়ে ট্ৰাম্পৰ ভূমিকাক সমালোচনা কৰা দেখা গৈছিল।

ইফালে হাউজ অৱ ৰিপ্ৰজেন্টেটিভত ট্ৰাম্পৰ বিৰুদ্ধে ভোট পৰিলেও ছিনেটত ট্ৰাম্প ৰক্ষা পৰিব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰি আহিছিল। কাৰণ ছিনেটত ট্ৰাম্পৰ ৰিপাব্লিকান দলৰ সংখ্যাগৰিষ্ঠ ছিনেটৰ আছে।

স্মৰ্তব্য যে ২০১৯ বৰ্ষতো ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ মহাভিযোগ উত্থাপন কৰা হৈছিল। সেইবাৰো হাউজ অৱ ৰিপ্ৰজেন্টেটিভত ট্ৰাম্পৰ বিপক্ষে ভোট পৰিলেও চিনেটে ট্ৰাম্পক ৰক্ষা কৰিছিল।

আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত এটা কাৰ্যকালতে এজন ৰাষ্ট্ৰপতি হিচাপে দুবাৰকৈ মহাভিযোগৰ সন্মুখীন হোৱা একমাত্ৰ  প্ৰাক্তন ৰাষ্ট্ৰপতিজনেই হ’ল ড’নাল্ড ট্ৰাম্প।

Recent News

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd