• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১৬ জুনৰ পৰা আমেৰিকাত চীনা বিমানৰ প্ৰৱেশ নিষিদ্ধ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 4, 2020 9:01 am

2 min read

105323219-1531313219486rtx6aosz
6.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ উৎপত্তিকেন্দ্ৰিক সংঘাতকলৈ বিশ্বৰ দুই শক্তিধৰ ৰাষ্ট্ৰ অমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজৰ বিবাদে অন্য এক পৰ্যায় পাইছে।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অধিক কঠোৰ হৈ পৰিছে চীনৰ প্ৰতি।

তেনে এক সংঘাতময় পৰিস্থিতিতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প প্ৰশাসনে আমেৰিকাত চীনা বিমান সংস্থাৰ বাণিজ্য আৰু যাত্ৰীবাহী বিমান প্ৰৱেশ বন্ধ কৰাৰ বাবে সাজু হৈছে।

পৰিবহন বিভাগে জনাইছে যে অহা ১৬ জুনৰ পৰা আৰম্ভ হ’বলগীয়া চীনৰ চাৰিখন বিমানৰ উৰণ আমিৰকাই বন্ধ কৰিছে।

ক’ৰ’নাতংকৰ বাবে চলিত বৰ্ষৰ আৰম্ভণিতে চীনা প্ৰশাসনে ইউনাইটেড এয়াৰ লাইন্স আৰু ডেল্টা এয়াৰ লাইন্সৰ বিমান উৰণত প্ৰতিবন্ধকতা লগোৱাৰ ফলতে আমেৰিকাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

আমেৰিকা পৰিবহণ বিভাগে অভিযোগ কৰি কয় যে চীনে দুই দেশৰ মাজৰ উৰণ সম্পৰ্কীয় চুক্তিৰ নিয়ম ভংগ কৰিছে।

সংস্থাটোৱে লগতে কয় যে, এই নিৰ্দেশ অনুসৰি প্ৰত্যেক চীনা বিমান উৰণৰ বিনময়ত আমেৰিকাৰ বিমান উৰণৰ অনুমতি দিয়া হৈছে। কিন্তু চীনে এই নিয়ম ভংগ কৰিছে, মাৰ্কিন পৰিবহণ বিভাগে দাবী।

সংস্থাটোৱে কয় যে ‘বিভাগটোৱে চীনৰ সৈতে সহযোগিতামূলক সম্পৰ্ক ৰাখিব যাতে চীন আৰু আমেৰিকাৰ বিমান উৰণৰ ক্ষেত্ৰত দুয়ো দেশৰ অধিকাৰসমূহ ৰক্ষিত হয়।’

‘অৱশ্যে ইয়াৰ মাজতে আমি চীনৰ কিছু সংখ্যক যাত্ৰীক পৰিবহণ কৰাৰ বাবে অনুমিত দিম, যিহেতু চীনেও আমাক এই অনুমিত প্ৰদান কৰিছে।’ সংস্থাটোৱে এইদৰে কয়।

বিভাগীয় সূত্রই জানিবলৈ দিছে যে, ১৬ জুনৰ পৰা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই আদেশ কাৰ্যকৰী কৰিব পাৰে।

উল্লেখ্য যে, বাণিজ্য, ক’ৰ’না ভাইৰাছ আৰু হংকংৰ চিকিৎসা সম্পৰ্কীয় বিৰোধৰ বাবে দুই দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক তিক্ত হৈ পৰিছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd