• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডোনাল্ড ট্রাম্পৰ সকীয়নি: কৰ’না বিয়পোৱাৰ প্ৰমাণ পালে শুদাই নেৰে চীনক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2020 1:08 pm
trump-twitter-750x375

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনক পুনৰ সকীয়াই দি কয় যে যদি কৰ’না ভাইৰাছৰ সংক্ৰমণ জানি বুজি বিয়পোৱাৰ বাবে দোষী পোৱা যায় তেতিয়াহ’লে চীনে ইয়াৰ পৰিণাম বূগিব লাগিব।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কোভিড-১৯কলৈ চীনৰ ৰহস্যজনক স্থিতি, এই ৰোগৰ সৈতে জড়িত তথ্য কমকৈ প্ৰদৰ্শন কৰা আৰু আৰম্ভণিতে আমেৰিকাৰ সৈতে সহযোগ নকৰাকলৈ অসন্তুষ্টি প্ৰকাশ কৰে।

Apply Now

হোৱাইট হাউছত সাংবাদিকৰ সৈতে বাৰ্তালাপত ট্ৰাম্পে কয়,’’যদি তেওঁলোকে জানি বুজি এইটো কৰিছে তেতিয়াহ’লে ইয়াৰ পৰিণাম ভূগিবলৈ সাজু থাকক।‘’

ট্ৰাম্পে কয় যে যেতিয়াৰে পৰা কোভিড-১৯ৰ সংক্ৰমণ সমগ্ৰ বিশ্বত বিয়পিবলৈ আৰম্ভ কৰে তাৰ আগলৈকে চীনৰ সৈতে বহুত ভাল সম্বন্ধ আছিল।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিল যে চীনে কৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ যি সংখ্যা প্ৰকাশ কৰিছে সেয়া বিশ্বাসযোগ্য নহয় আৰু চীনত আমেৰিকাতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।

চীনে কৰ’না ভাইৰাছৰ উৎপত্তি কেন্দ্ৰ উহানত মৃত্যুৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি পাব বুলি বক্তব্য দাঙি ধৰাৰ পাছতেই ট্ৰাম্পে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

চীনৰ সৈতে বাণিজ্য চুক্তিৰ কথা সোঁৱৰাই দি ট্ৰাম্পে কয় যে যেতিয়া আমি চুক্তি কৰিছিলো সেই সময়ত আমাৰ সম্বন্ধটো বহুত ভাল আছিল।

ট্ৰাম্পে লগতে কয়,’’কোনো ভুলৰ বাবে বিষয় নিয়্ন্ত্ৰণৰ বাহিৰলৈ যোৱা আৰু কিছু জানি বুজি কৰা ভুলৰ মাজত পাৰ্থক্য আছে।‘’

আমেৰিকাৰ ৰাষ্ট্ৰপৰিগৰাকীয়ে কয়,’’আপোনালোকে জানে আমি প্ৰথম অৱস্থাতে তেওঁলোকক সুধিছিলো, কিন্তু তেওঁলোকে এই বিষয়ত একো নক’লে। মোৰ ভাৱ হয় তেওঁলোকে কিবা যে ভুল হৈ গ’ল সেয়া জানিছিল আৰু সেয়া ক’বলৈ তেওঁলোকৰ সংকোচ হৈছিল।‘’

ট্ৰাম্পে কয় যে চীনে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত জো বিদেন জয়ী হোৱাটো বিচাৰিছিল। বিদেন জয়ী হ’লে আমেৰিকাত চীনৰ প্ৰভুত্ব বাঢ়িলহেতেন। ট্ৰাম্পে আমেৰিকাৰ অৰ্থনীতি কিছুদিনৰ পাছতে নিয়ন্ত্ৰণলৈ আহিব বুলিও সদৰী কৰে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm
মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

July 18, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd