• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2022 6:57 pm
World's Shortest Adolescent
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে নেপালৰ কাঠমাণ্ডুৰ ডৰ বাহাদুৰক বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰ হিচাপে স্বীকৃতি দিছে।গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে যোৱা ২৩ মাৰ্চত কাঠমাণ্ডুত ডৰ বাহাদুৰৰ উচ্চতাৰ জোখ লোৱা হৈছিল। মাপৰ সময়ত তেওঁৰ উচ্চতা ৭৩ .৪৩ চেণ্টিমিটাৰ (২ ফুট ৪.৯) ইঞ্চি পোৱা গৈছিল।

উল্লেখ্য যে ডৰ বাহাদুৰ খাপাংগীৰ জন্ম হৈছিল ২০০৪ চনৰ ১৪ নৱেম্বৰত। ১৭ বৰ্ষীয় ডৰ কাঠমাণ্ডুৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ দক্ষিণ-পূব দিশত অৱস্থিত সিন্ধুলী জিলাত নিজ পিতৃ-মাতৃ আৰু ভাতৃৰ সৈতে বাস কৰে।

Apply Now

কৃষক দম্পত্তিহালৰ কনিষ্ঠ পুত্ৰ ডৰে গাওঁখনৰে এখন বিদ্যালয়ত অধ্যয়ন কৰে।

কাঠমাণ্ডুত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ডৰ বাহাদুৰ খাপাংগীক নেপাল পৰ্যটন ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ধনঞ্জয় ৰেগমীয়ে প্ৰমাণপত্ৰ প্ৰদান কৰে বুলি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে সদৰি কৰিছে।

ডৰৰ জেষ্ঠ ভাতৃ নাৰা বাহাদুৰ খাপাংগীয়ে ডৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকিতি পত্ৰ লাভ কৰাৰ বাবে গৌৰৱ অনুভৱ কৰিছে বুলি জানিবলৈ দিয়ে।

 

Meet 17-year-old Dor Bahadur Khapangi from Nepal, our new shortest teenager record holderhttps://t.co/0igbAPiOD6

— Guinness World Records (@GWR) May 24, 2022

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতিয়ে ডৰৰ স্কুলীয়া শিক্ষাত সহায় কৰিব বুলি আশা কৰিছে নাৰা বাহাদুৰে।

জেষ্ঠ ভাতৃ নাৰাই জানিবলৈ দিয়া মতে জন্মৰ সময়ত ডৰ স্বাভাৱিক অৱস্থাতেই আছিল। কিন্তু সাত বছৰ বয়সৰ পৰা তেওঁৰ উচ্চতা বৃদ্ধি হোৱা নাছিল।

ডৰ বাহাদুৰৰ উচ্চতা কিয় বৃদ্ধি পোৱা নাছিল সেই সম্পৰ্কে তেওঁলোকে কোনো ধাৰণা কৰিব পৰা নাছিল বুলি নাৰাই উল্লেখ কৰে।

উল্লেখ্য যে ডৰৰ পূৰ্বে বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ অভিলেখৰ গৰাকী আছিল নেপালৰে খাগেন্দ্ৰ থাপা মাগৰ। ১৯৯২ চনৰ অক্টোবৰত জন্ম গ্ৰহণ কৰা খাগেন্দ্ৰৰ উচ্চতা আছিল ৬৫.৫৮ চেমি (২ ফুট ১.৮ ইঞ্চি)।

খাগেন্দ্ৰই ১৮ বছৰ বয়সত আটাইতকৈ চুটি জীৱিত ব্যক্তি হিচাপে স্বীকৃতি লাভ কৰিছিল। অৱশ্যে ২০২০ চনত ২৭ বছৰ বয়সত খাখেন্দ্ৰই মৃত্যুক সাবটি লয়।

আনহাতে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি মতে বিশ্বৰ আটাইতকৈ চাপৰ ব্যক্তিজন হৈছে কলম্বিয়াৰ ৩৬ বৰ্ষীয় এডৱাৰ্ড হাৰ্নান্দেজ। গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ তথ্য মতে তেওঁৰ উচ্চতা হৈছে ২ ফুট ৪.৩৯ ইঞ্চি (৭২.১০ চেমি)।

২০১০ চনৰ ১৩ এপ্ৰিলৰ পৰা হাৰ্নান্দেজৰ নামত এই অভিলেখ বাহাল আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd