• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতক কোভিড নিয়ন্ত্ৰণৰ উপায় দিলে মাৰ্কিন স্বাস্থ্য বিশেষজ্ঞ এন্থনী ফাউচিয়ে, কি সেই উপায়?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2021 3:06 pm
dr-fauci-960x540
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত এতিয়া কোভিডৰ সংহাৰ। সৌসিদিনালৈ কোভিডে লাখ লাখ লোকৰ প্ৰাণ কাঢ়ি নিয়া আমেৰিকাত এতিয়া কোভিড সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণাধীন। আমেৰিকাত আনকি এতিয়া ভেকচিন গ্ৰহণ কৰা লোক সকলে মাস্ক নোহোৱাকৈয়ে ৰাজহুৱা স্থানত ঘূৰি ফুৰিব পৰা হৈছে।

কিন্তু কোভিড সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম স্থানত থকা দেশ খনে কি যাদুৰ বলত কোভিড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ল বাৰু? আমেৰিকাক কোভিড মুক্ত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান থকা লোকসকলৰ ভিতৰত মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেন প্রশাসনৰ স্বাস্থ্য পৰামৰ্শদাতা এন্থনী ফাউচি অন্যতম। তেওঁ সাতগৰাকী মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতেও কাম কৰিছিল।

Apply Now

শেহতীয়াকৈ ভাৰতৰ এটা সংবাদ মাধ্যমত মাধ্যমত ফাউচিয়ে এটা সুন্দৰ সাক্ষাৎকাৰ দিছে। সাক্ষাৎকাৰটোত ফাউচিয়ে ভাৰতৰ শেহতীয়া কোভিড পৰিস্থিতি সন্দৰ্ভত উদ্বেগ ব্যক্ত কৰাৰ লগতে ভাৰতে কিদৰে এই মহা সংকটৰ পৰা মুক্ত হ’ব পাৰিব তাৰো উপায় দিছে।

ফাউচিয়ে কৈছে যে টেলিভিছনত তেওঁ ভাৰতীয় লোকে অক্সিজেনৰ অভাৱত কিদৰে ৰাজপথতে প্ৰাণ ত্যাগ কৰিছে সেয়া দেখিছে। এনে পৰিস্থিতিৰ পৰা মুক্ত হ’বলৈ তেওঁ ভাৰত চৰকাৰক অক্সিজেন, দৰৱ আদিৰ সূচল যোগানৰ বাবে নিৰ্দিষ্ট কৰ্ম বাহিনী গঠনৰ পৰামৰ্শ দিছে।

তদুপৰি বিষয়ৰ গুৰুত্ব অনুসৰি পৰ্যায় ক্ৰমে সমস্যাসমূহ সমাধানৰ বিষয়ত তেওঁ জোৰ দিছে। সেইমৰ্মে প্ৰথমে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াটো কাৰ্যকৰী তুলিব লাগিব।

যিসকলে যেতিয়ালৈ ভেকচিন লাভ নকৰে তেতিয়ালৈ তেওঁলোকক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগিব।ভাৰতৰ পৰা কোভিড খেদি পঠিয়াবলৈ ভাৰতত কমেও কেই সপ্তাহ মানৰ বাবে লকডাউন ঘোষণা কৰাৰো পৰামৰ্শ দিয়ে মাৰ্কিন স্বাস্থ্য উপদেষ্টাগৰাকীয়ে।

তেওঁ কয় যে লকডাউন দিলে ৰোগ সংক্ৰমণৰ শৃংখল ভাঙিব পৰা যাব আৰু এনেদৰে কোভিড নিয়ন্ত্ৰণলৈ আহিব। লকডাউনৰ জৰিয়তে আমেৰিকাই কোভিড নিয়ন্ত্ৰণত সুফল লাভ কৰা বুলিও তেওঁ কয়।

কোভিডক বশ কৰিবলৈ সেয়ে  লকডাউনৰ বিকল্প আন একো হ’ব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে।

ভাৰতৰ বিপদকালত বিশ্বৰ সকলো দেশে সহায় কৰিবলৈ আগবাঢ়ি আহিব বুলিও তেওঁ মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd