DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰ্ণাভিমানী অসমীয়াৰ পৰা কোনোদিনে প্ৰাপ্য সন্মান নাপালে ইন্দিবৰ দেউৰীয়ে: হীৰেন গোহাঁই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2023 1:06 pm
Indibar Dewri
301
VIEWS
Share on FacebookShare on Twitter

আমাৰ দীৰ্ঘদিনৰ সহকৰ্মী ইন্দিবৰ দেউৰীয়ে তেওঁৰ ব্যক্তিত্ব, পাণ্ডিত্য আৰু seriousnessৰে আমাক মুগ্ধ কৰি ৰাখিছিল। জনজাতীয় অবিসম্বাদী নেতা ভীমবৰ দেউৰীৰ সুযোগ্য সন্তান ইন্দিবৰ দেউৰী নিঃসন্দেহে অসমৰ এজন শীৰ্ষস্থানীয় বিদ্বান আৰু বুদ্ধিজীৱী আছিল। কিন্তু বৰ্ণাভিমানী অসমীয়াৰ পৰা কোনোদিনে সেই সন্মান নাপালে। জনজাতীয় সকলৰ হক আৰু মৰ্যাদাৰ হৈ আজীৱন বৌদ্ধিক যুদ্ধ চলোৱা দেউৰীৰ ন্যায়বোধ আৰু স্পষ্টবাদিতাক জনজাতীয় নেতাসকলেও ভয় কৰি এৰাই চলিছিল। ফল কিন্তু জনজাতিৰ বাবেই বৰ ক্ষতিকৰ হব, সন্দেহ নাই।

দেউৰীৰ দূৰদৰ্শিতাৰ এটা উদাহৰণ দিলেই যথেষ্ট হব। তাহানি আমি নিজে ভূপেন হাজৰিকাৰ চৰম ৰাজনৈতিক সুবিধাবাদ আৰু যি কোনো শাসকৰ লগত হলিগলি কৰি সুবিধা আদায় কৰাৰ প্ৰবৃত্তি দেখি তিক্তবিৰক্ত হৈ তেওঁক উগ্ৰ ভাষাত ধিক্কাৰ দিছিলোঁ। আমাৰ দৰে আন কিছুমান বামপন্থী লেখকেও তেওঁক গালিশপনি পাৰিছিল। ফলত অসমীয়া সংস্কৃতিলৈ তেওঁৰ বিৰাট অবদান অগ্ৰাহ্য কৰা হৈছিল।

দেউৰীয়ে ‘সাম্প্ৰতিক সাময়িকী’ত ৰুবি দেউৰী নাম লৈ এটা সূক্ষ্মদৰ্শী যুক্তিপূৰ্ণ প্ৰবন্ধ লিখি বিচাৰৰ ভাৰসাম্য ঘূৰাই আনিছিল। তাত হাজৰিকাৰ অবদানৰ প্ৰতি যথাযথ স্বীকৃতি জনায়ো তেওঁৰ ব্যৱসায়িক সুবিধাবাদৰ বিৰুদ্ধে কঠোৰ সকীয়নি দিয়া হৈছিল। সেই পথেদি গৈ থাকিলে বম্বেইতে (আজিৰ মুম্বাই) তেওঁৰ শেষ আশ্ৰয় হব বুলি সকীয়নি দিয়া হৈছিল। ৰাইজে জানে যে হৈছিলো সেয়াই!

Recent News

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

opposition parties goes Supreme Court

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ: চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১৪ টা বিৰোধী দল

Salman Khan

ব্ৰিটেইনৰ পৰা আহিছিল ছলমাল খানক হত্যাৰ ভাবুকিৰ মেইল! মেইলৰ সৈতে সংলগ্ন ব্ৰিটেইনৰ ফোন নম্বৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd