• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Green Future Leadership Award : বাংগালুৰুত বিশেষ সন্মানেৰে সন্মানিত অসম সন্তান ডঃ প্ৰণৱ জে পাটৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 27, 2021 7:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জল তথা পৰিবেশ সুৰক্ষা সম্পৰ্কীয় কামৰ সৈতে দীৰ্ঘদিন ধৰি জৰিত হৈ থকা অসম সন্তান ডঃ প্ৰণৱ জে পাটৰক অলপতে বাংগালুৰুত বিশেষ সন্মানেৰে সন্মানিত কৰা হয়।

বাংগালুৰুৰ তাজ এমজি ৰোডত আয়োজিত World CSR Day & World Sustainability উদ্যোগত ২৭ অক্টোৱৰত আয়োজিত সপ্তম নেচনেল চিএছআৰ লীডাৰশ্বিপ কংগ্ৰেছত পাটৰক Green Future Leadership Award আৰু Water Leadership Award ৰে সন্মানিত কৰা হয়।

Apply Now

সামাজিক তথা পৰিবেশ সম্পৰ্কীয় ক্ষেত্ৰ খনে সন্মুখীন হৈ অহা প্ৰত্যাহ্বান দূৰীকৰণৰ বিষয়ত কাম কৰি অহাৰ স্বীকৃতি স্বৰূপেই ডঃ প্ৰণৱ জে পাটৰক এই সন্মানেৰে সন্মানিত কৰা হয়।

নতুন দিল্লীস্থ ইণ্ডো-এউ এছ এনভাইৰনমেণ্টেল চেৰিটি গ্ল’ৱেল ফাউণ্ডেছন ফৰ এডভান্সমেণ্ট অব এনভাইৰনমেণ্ট এণ্ড হিউমেন ৱেলনেছৰ মুখ্য কাৰ্যবাহী ডঃ প্ৰণৱ জে পাটৰে জল সম্পদৰ সুৰক্ষা,জলবায়ু সম্পৰ্কীয় কাম-কাজৰ লগতে নূন্যতম কাৰ্বন নিৰ্গমন সম্পৰ্কীয় প্ৰকল্পৰ সৈতে জৰিত হৈ আছে।

মৰিগাঁওৰ পৰা গৈ ২০১৯ চনত গ্ল’ৱেল ফাউণ্ডেছনৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাবে দায়িত্ব গ্ৰহণ কৰা পাটৰে জল তথা পৰিবেশ সুৰক্ষা সম্পৰ্কীয় উল্লেখনীয় কামত ব্ৰতী হৈ আছে।

পাটৰৰ এনে কামৰ স্বীকৃতি স্বৰূপেই তেওঁক বিশেষ সন্মানেৰে সন্মানিত কৰা হয়।

পাটৰক সন্মানিত কৰা অনুষ্ঠানত উপস্থিত আছিল SUEZ India ৰ মুখ্য অপাৰেটিং বিষয়া নিকোলাচ বকফ, World CSR Day & World Sustainability ৰ প্ৰতিষ্ঠাতা ডঃ আৰ এল ভাটিয়া,টকেনজে টিভিৰ প্ৰতিষ্ঠাতা জেছন ফাৰ্নাণ্ডেজ,চিএছআৰ-আইবিএম ভাৰত আৰু দক্ষিণ এচিয়াৰ মুৰব্বী মনোজ বালচন্দ্ৰন,বিকন ইণ্ডিয়া ফাইণ্ডেছনৰ মিছন ডাইৰেক্টৰ ড়ঃ অনুপমা ছেট্টী,চিএছআৰ হিন্দুস্তান জিংকৰ মুৰব্বী অনুপমা নিধিকে ধৰি বহু গণ্যমান্য ব্যক্তি।

উল্লেখ্য দৰিদ্ৰতাদূৰীকৰণ,শিক্ষাৰ উন্নয়ন, পৰিবেশ, অনাময় ব্যৱস্থা,লিংগ বৈষম্যদূৰীকৰণ আদি বিষয়ৰ সৈতে দীৰ্ঘদিন ধৰি কৰ্প’ৰেট ছ’চিয়েল ৰেছপনছিবিলিটি ,চমুকৈ চিএছআৰে ভাৰতত কাম কৰি আহিছে।

মুম্বাইস্থিত World CSR Day & World Sustainability -এ পৰিবেশ আৰু অন্যান্য বিষয়ত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd