• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 25, 2021 7:51 am

1 min read

Samujjal-750x375

ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। ফাইল ফটো।

564
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাৰ চমুকৈ আছুৰ হৈ কোনো আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

তেজপুৰৰ প্ৰশান্ত ল’জত দেওবাৰে অনুষ্ঠিত এখন সংবাদমেলত এইকথা স্পষ্ট কৰি দিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুৰ মুখ্য উপদেষ্টা হৈ থাকিবনে নাথাকে সেই সন্দৰ্ভতো মন্তব্য কৰে।

সাধাৰণ সম্পাদক বৰুৱাই কয়,’’সমুজ্জ্বল ভট্টাচাৰ্য আছুত থাকিব নে নাই সেই সিদ্ধান্ত পৰৱৰ্তী কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰিব। বৰ্তমান তেওঁৰ কোনো সাংবিধানিক দায়িত্ব নাই। সেয়ে কাৰ্যনিৰ্বাহক অনুষ্ঠিত নোহোৱা পৰ্যন্ত তেওঁ আছুৰ হৈ কোনো আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব। আছুৰ বক্তব্য জনোৱাৰ অধিকাৰ কেবল সভাপতি আৰু সাধাৰণ সম্পাদকৰহৈ আছে।‘’

আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ এই বক্তব্যই ৰাজ্যখনৰ শক্তিশালী ছাত্ৰ সংগঠনটোৰ মাজত চলি থকা আভ্যন্তৰীণ সংঘাতৰ বহিৰ্প্ৰকাশ বুলিয়েই ধাৰণা কৰা হৈছে।

উল্লেখ্য যে শনিবাৰে গুৱাহাটীৰ শ্বহীদ ন্যাস ভৱনৰ প্ৰতিবাদস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু সংবাদ মাধ্যমৰ সন্মুখত ড০ ভট্টাচাৰ্যই আগবঢ়োৱা মন্তব্যৰ পাছতে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে এইদৰে স্থিতি স্পষ্ট কৰি দিছে।

Recent News

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd