• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাট পৌৰসভাত নাটকীয় পৰিৱৰ্তন; বিপদৰপৰা কংগ্ৰেছী পৌৰসভাক উদ্ধাৰ বিজেপি ৱাৰ্ড সদস্যৰ

ৰিতুপল্লৱ শইকীয়া ৰিতুপল্লৱ শইকীয়া
গোলাঘাট , May 6, 2019 10:25 am

2 min read

গোলাঘাট পৌৰসভাত নাটকীয় পৰিৱৰ্তন; বিপদৰপৰা কংগ্ৰেছী পৌৰসভাক উদ্ধাৰ বিজেপি ৱাৰ্ড সদস্যৰ
1.3k
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট নগৰ পৌৰসভাখনত হোৱা নাটকীয় পদ পৰিৱৰ্তন কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে। পৌৰসভা গঠনৰ কিছুদিনৰ পিছতে পৌৰপতি ঘনশ্যাম বাঢ়ৈয়ে পদত্যাগ কৰাৰ পিছত সমিতিখনৰ মুৰব্বী হিচাপে দায়িত্ব লোৱা বৰ্তমানৰ ৰূপাঞ্জলি গগৈয়েও আওপকীয়াকৈ অব্যাহতি গ্ৰহণৰ দিশে আগবঢ়াৰ কথা জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি পৌৰসভাৰ বিভিন্ন কেলেংকাৰী আৰু সমস্যাৰ বিষয়ে একাংশ সংবাদমাধ্যমত প্ৰকাশ হোৱাৰ পিছত যোৱা ২ মে’ত এখন সাধাৰণ সভা অনুস্থিত হয়। সভাত বিৰোধী বিজেপি আৰু নিজ দল কংগ্ৰেছৰ দুই এক ৱাৰ্ড সদস্যৰ উপৰ্যুপৰি প্ৰশ্নবাণত পৌৰপতিগৰাকী থকা-সৰকা হয় আৰু প্ৰত্যুত্তৰ দিব নোৱাৰি পৌৰপতিগৰাকীয়ে সভাতে নাটকীয়ভাৱে পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

আনহাতে কালি অৰ্থাৎ ৫ মে’ত তেওঁ উপপৌৰপতি জুৰীদাস ৰাজখোৱাক তিনিমাহৰ চুটি বিছাৰি এক আবেদন কৰে। ফলত পৌৰসভাৰ ভাৰপ্ৰাপ্ত পৌৰপতি হিচাপে সকলো দায়িত্ব পালন কৰিবলগীয়া হোৱা উপ-পৌৰপতি গৰাকীয়ে ৪ মে’ত দলৰ নিৰ্বাচিত ৱাডসদস্য সকলকলৈ এখন সভা আহ্বান কৰে। কিন্তু উক্ত সভাত কংগ্ৰেছ দলৰ ১০গৰাকী ৱাৰ্ড সদস্যৰ সাতগৰাকীহে উপস্থিত থাকে।

একেদৰে বিৰোধী বিজেপিৰ তিনি সদস্যৰ প্ৰণয়জিৎ চলিহা আৰু জুমী দুৱৰাৰ বিপৰীতে কেৱল ১১ নং ৱাৰ্ডৰ সদস্য ডাঃ কমলেশ্বৰ নেওগহে উপস্থিত থাকে।

উল্লেখযোগ্য যে কোৰাম অনুসৰি উক্ত সভাত শাসকীয় দলৰ ৯ গৰাকী সদস্যৰ মতামত লাগে। কিন্তু সভানেত্ৰীকে ধৰি আঠগৰাকী সদস্যৰ কংগ্ৰেছ দলটোক আৰু এগৰাকী সদস্যৰ প্ৰয়োজন হৈছিল। অৱশেষত বিজেপি দলৰ সদস্য ডাঃ নেওগে উক্ত খালী আসন পূৰণ কৰি দলটোক সহায় কৰে। কিন্তু ডাঃ নেওগে এনেদৰে কংগ্ৰেছক সহায় কৰা কাৰ্যই এতিয়া খোদ গেৰুৱা দলটোৰ ভিতৰচ’ৰাত ব্যাপক আলোড়ণৰ সৃষ্টি কৰিছে। ৰাজনৈতিক মহলে ইয়াক সুবিধাবাদৰ খেল বুলি আখ্যা দিছে আৰু পৌৰসভাৰ এই নাটকীয় পদ পৰিৱৰ্তন প্ৰক্ৰিয়া কোনো তৃতীয় পক্ষৰ পৰিকল্পনাত হোৱা বুলি চৰ্চিত হৈছে।

Recent News

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd