DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাটক নহয়, কাশ্মীৰত সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণৰ ‘লাইভ ভিডিঅ’ প্ৰকাশ কৰিলে সেনাই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2020 11:42 am
আত্মসমৰ্পনকাৰী সন্ত্ৰাসবাদী
757
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰত সেনাৰ সন্ত্ৰাস বিৰোধী অভিযানৰ সময়ত এজন সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰিলে। কেইদিনমান পূৰ্বে সন্ত্ৰাসবাদীৰ দলত যোগ দিয়া যুৱকজনৰ লগত আছিল এ কে-৪৭ এছ’ল্ট ৰাইফল।

সেই সন্ত্ৰাসবাদীজনৰে আত্মসমৰ্পণৰ ভিডিঅ’ প্ৰকাশ কৰিছে সেনাবাহিনীয়ে।

ভিডিঅ’ত যুৱকজনে এটা ট্ৰাউজাৰ পিন্ধি থকা দেখা গৈছে। হাত দুখন ওপৰলৈ তুলি আগবাঢ়ি আহিছে যুৱকজন আৰু সেনা বিষয়াই কোৱা শুনা গৈছে, ‘গুচি আহা, কোনোৱে গুলী নচলাবা’।

এখন ফলৰ বাগানত লুকাই থকা একুৰিৰ দেওনা পাৰ হোৱা সেই সন্ত্ৰাসবাদী যুৱকজনে কেইদিনমান পূৰ্বে সন্ত্ৰাসবাদী দলত যোগ দিছিল।

শুকুৰবাৰে সেনাবাহিনীয়ে চলোৱা এক অভিযানত সন্ত্ৰাসৰবাদীজনৰ সন্ধান পায় দলটোৱে।

ভিডিঅ’টোত এজন বন্দুকধাৰী সেনাক দেখা গৈছে। অলপ সময়ৰ পাছতে বাগানৰ ভিতৰত লুকাই থকা সেই সন্ত্ৰাসবাদী যুৱকজন হাত ওপৰলৈ তুলি আগুৱাই আহে।

বাতৰি অনুসৰি, সেই সন্ত্ৰাসবাদী যুৱকজনৰ নাম জাহাংগীৰ ভাট।

One SPO went missing with two AK-47 on 13 Oct 20. Same day, Jahangir Ah Bhat (31 yr old shopkeeper) from Chadoora had gone missing too. Today, he was apprehended with one AK rifle.#Kashmir https://t.co/D2p2WmHqal pic.twitter.com/44YdqxGTSe

— Chinar Corps? – Indian Army (@ChinarcorpsIA) October 16, 2020

সেনাই জানিবলৈ দিয়া মতে, জাহাংগীৰে যোৱা ১৩ অক্টোবৰত নিৰুদ্দেশ হোৱাৰ পাছত পৰিয়ালে তেওঁৰ সন্ধান চলাইছিল। সেইদিনাই দুটা এ কে-৪৭লৈ এগৰাকী বিশেষ আৰক্ষী বিষয়াও পলায়ন কৰে।

অৱশেষত সেনাৰ যৌথ অভিযানত জাহাংগীৰৰ সন্ধান লাভ কৰে সেনাই। নিয়ম অনুসৰিয়েই তেওঁক আত্মসমৰ্পণৰ বাবে নিৰ্দেশ দিয়া হয়।

আত্মসমৰ্পণ কৰিবলৈ ৰাজী হৈ জাহাংগীৰে হাত দুখন ওপৰলৈ তুলি সেনাৰ দলটোৰ পিনে আগুৱাই আহে।

Recent News

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ জয়ন্তী উদযাপন; বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ জয়ন্তী উদযাপন; বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd