• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰথমখন এদিনীয়াত বেটে বলে উজ্বলিল টীম ইণ্ডিয়া, অভিষেকতে চমক প্ৰসিদ্ধ কৃষ্ণ-ক্ৰুণাল পাণ্ডিয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 24, 2021 8:23 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেটে বলে উজ্বলি উঠিল টীম ইণ্ডিয়া।ইংলেণ্ড আৰু ভাৰতৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে ৬৬ ৰাণত বিজয়সাব্যষ্ট কৰিছে।

মঙলবাৰে পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এচ’ছিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনৰ প্ৰথম ইনিংছত ভাৰতে বান্ধি দিয়া ৩১৮ ৰাণৰ লক্ষ্য আগত লৈ ইংলেণ্ডে ২৫১ ৰাণতে অল আউট হয় ।

Apply Now

ভাৰতে প্ৰথম ইনিংছত পাঁচ উইকেটত ৩১৭ ৰাণ সংগ্ৰহ কৰি সন্মানজনক স্থিতিত উপনীত হয়।

অপেনাৰ শিখৰ ধাৱান (৯৮), অধিনায়ক কোহলী (৫৬), কে এল ৰাহুল (৬২) আৰু এদিনীয়া অভিষেক ঘটোৱা ক্ৰুণাল পাণ্ডিয়াই (৫৮) বেটিং বিক্ৰম প্ৰদৰ্শন কৰে।

উল্লেখযোগ্য যে মাত্ৰ ২৬টা বলতে অৰ্ধশতক অৰ্জন কৰি ক্ৰণাল পাণ্ডিয়াই অভিষেক মেচত আটাইতকৈ দ্ৰুতগতিত অৰ্ধশতক কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে।

ইংলেণ্ডৰ হৈ বেন ষ্টকছে ৩টা আৰু মাৰ্ক উডে ২টাকৈ উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত, ইংলেণ্ডে ৩১৮ ৰাণৰ লক্ষ্য আগত দূৰ্দান্ত আৰম্ভণি সত্বেও ৪২.১ অভাৰত ২৫১ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়।

ইংলেণ্ডৰ প্ৰথম উইকেটত অপেনিং বেটছমেনদ্বয় জ’নী ব’ৰিষ্ট’ (৯৪) আৰু জেছন ৰয়ে (৪৬) ১৩৫ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে।

কিন্তু তাৰপাছতে আৰম্ভ হয় বেটিংক্ৰমত খহনীয়া।

ব্যৰ্থ হয় ইংলেণ্ডৰ তাৰকা বেটছমেন বেন ষ্ট’কছ (১), ইয়ইন মৰ্গান (২২), জছ বাটলাৰ (২), চাম বিলীংছ (১৮) আৰু ময়িন আলি (৩০)।

ইয়াৰ মূলতে আছিল এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত অভিষেক ঘটোৱা ভাৰতৰ ফাষ্ট বলাৰ প্ৰসিদ্ধ কৃষ্ণৰ চমকপ্ৰদ প্ৰদৰ্শন।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমখন মেচতে তেওঁ ৪ টাকৈ উইকেট লাভ কৰে।

ইংলেণ্ডৰ তাৰকা বেটছমেন জেছন ৰয় আৰু বেন ষ্ট’কছক পেভিলিয়নলৈ পঠাই প্ৰসিদ্ধ কৃষ্ণই দলক বিজয়ৰ দিশে ধাৱমান কৰায়।

উল্লেখযোগ্য যে অভিষেক মেচতে ৪টাকৈ উইকেট লাভ কৰা ভাৰতৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় প্ৰসিদ্ধ কৃষ্ণ।

তদুপৰি শ্বাৰদুল ঠাকুৰে ৩ টা, ভূৱেনশ্বৰ কুমাৰে ২টা আৰু ক্ৰুণাল পাণ্ডিয়াই ১টা উইকেট হস্তগত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd