DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

মুম্বাই বিমানবন্দৰত জব্দ ৫০ কোটি টকা মূল্যৰ হেৰ’ইন: ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2022 11:17 am
heroin seized in Mumbai airport
108
VIEWS
Share on FacebookShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তৰ বিমানবন্দৰ সমূহত শেহতীয়াকৈ দ্ৰুত হাৰত বৃদ্ধি পাইছে চোৰাং সামগ্ৰী সৰবৰাহৰ ঘটনা। ড্ৰাগছৰ পৰা আৰম্ভ কৰি বন্য জীৱ-জন্তুলৈ যোৱা কেইমাহমানত দেশৰ কেইবাটাও বিমানবন্দৰত জব্দ কৰিছে কেন্দ্ৰীয় সংস্থাসমূহে।

এইবাৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াই মুম্বাইৰ ছত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৭.৯ কিলোগ্ৰাম হিৰ’ইনসহ এগৰাকী ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ কৰিছে।

জব্দকৃত ড্ৰাগছখিনিৰ মূল্য আন্ত:ৰাষ্ট্ৰীয় চোৰাং বজাৰত প্ৰায় ৫০ কোটি টকা হ’ব সদৰী কৰিছে অভিযানকাৰী ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াসকলে।

ডি আৰ আই, মুম্বাই মণ্ডল ইউনিটে ২৫ নৱেম্বৰত আদিছ আবাবাৰ পৰা মুম্বাই অভিমুখী কেইগৰাকীমান যাত্ৰীয়ে কিছু নিচাজাতীয় পদাৰ্থ সৰবৰাহৰ কৰাৰ চোৰাংচোৱা তথ্য লাভ কৰে।

এই নিৰ্দিষ্ট চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে ছত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ডি আৰ আই বিষয়াৰ এটা দলে অভিযান আৰম্ভ কৰে।

সন্দেহযুক্ত যাত্ৰীকেইজনক চিনাক্ত কৰি অভিযানকাৰী দলটোৱে আটক কৰি তালাচী চলায় আৰু তেওঁলোকৰ ট্ৰলী বেগৰ ভিতৰত লুকুৱাই থোৱা পাউদাৰ থকা কিছুমান পেকেট উদ্ধাৰ হয়।

পিছত পৰীক্ষাৰ সময়ত এই পাউদাৰ সমূহ নিষিদ্ধ ঘোষিত হেৰ’ইন বুলি ধৰা পৰে। জব্দকৃত হেৰ’ইনখিনিৰ পৰিমাণ মুঠ ৭.৯ কেজি হ’ব বুলি বিষয়াসকলে সদৰী কৰিছে।

এই নিষিদ্ধ দ্ৰব্যখিনি সৰবৰাহ কৰা যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। এই ড্ৰাগছ সৰবৰাহ চক্ৰটোৰ সন্দৰ্ভত অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত চলাই থকা হৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে।

Recent News

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd