• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ড্ৰাগছৰ বেহাৰে জৰিত এগৰাকী মহিলাসহ চাৰিজনক গ্ৰেপ্তাৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
February 5, 2022 7:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

ৰাজ্যজুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো কিন্তু বন্ধ হোৱা নাই এই বেহা ৷ উঠি অহা প্ৰজন্মৰ জীৱনক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই ড্ৰাগছৰ বিৰুদ্ধে বঙাইগাঁও জিলাতো আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ইয়াৰ মাজতে বঙাইগাঁও আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত ত্ৰিপুৰাৰ দুজন যুৱক আৰু এগৰাকী মহিলাৰ লগতে চাৰিজনক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে

Apply Now

৷ এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক মণিকান্ত চামুৱাই বৃহস্পতিবাৰে সংবাদ মাধ্যমক জানিব দিয়া মতে বুধবাৰে বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ ওচৰত বাহিৰৰ পৰা ড্ৰাগছসহ সৰবৰাহকাৰী অহা বুলি এক গোপন সূত্ৰে তথ্য লাভ কৰে ৷

এই তথ্যৰ ভিত্তিত পিচত নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ সমীপৰ পৰা আলিমুদ্দিন( ২০) নামৰ ত্ৰিপুৰাৰ এজন যুৱকক আটক কৰে ৷

আৰক্ষীয়ে ধৃত যুৱকজনক আটক কৰি সোধ- পোচ কৰাত ড্ৰাগছৰ বেহাৰ লগত জড়িত বুলি স্বীকাৰ কৰাৰ লগতে চিৰাং জিলাৰ ছাতিপুৰৰ ৰাইজউদ্দিন আলী ওৰফে ভূটীয়া নামৰ ব্যক্তি এজনৰ ঘৰত ড্ৰাগছ মজুত ৰখা বুলি প্ৰকাশ কৰে ৷ আৰক্ষীয়ে পিচত অটকাধীন আলিমুদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত তথা যুৱকজনক লগতলৈ ছাতিপুৰৰ ৰাইজউদ্দিন আলী ওৰফে ভূটীয়াৰ গৃহত অভিযান চলায় ৷ এই অভিযানৰ সময়তে আৰক্ষীয়ে ১৭ টা ব্ৰাউন চুগাৰভৰ্তি কণ্টেইনাৰ, নগদ ৮৪ হাজাৰ টকা জব্দ কৰাৰ লগতে ত্ৰিপুৰাৰ চিমিৰুদ্দিন (২৬) নামৰ আন এজন যুৱকক পত্নী জেছমিনা বেগম ( ২৫) সহ আটক কৰে ৷

লগতে ৰাইজউদ্দিন আলীকো (৩৪) আটক কৰে ৷ অভিযানকাৰী আৰক্ষীৰ দলটোৱে জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ পৰিমাণ ২৫.৫ গ্ৰাম হ’ব ৷ আৰক্ষীয়ে ইতিমধ্যে আটকাধীনকেইজনৰ বিৰুদ্ধে ৭১/২২ নম্বৰৰ এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ৷ লগতে বৃহস্পতিবাৰে আটাইকেইজনকে আৰক্ষীয়ে বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে চিমিৰুদ্দিনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে মহিলাসহ আন তিনিজনক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

আৰক্ষীয়ে ধৃতকেইজনৰ পৰা চাৰিটা মোবাইলো জব্দ কৰিছে ৷ লগতে চাৰিওজন ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আৰু ত্ৰিপুৰাৰৰ পৰা ড্ৰাগছ আনি ব্যৱসায় চলাই আহিছিল বুলিও জানিবলৈ দিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে উপ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা মতে ত্ৰিপুৰাৰ পৰা নিশা ৰে’লযোগে নিউ বঙাইগাঁওলৈ আহিছিল ত্ৰিপুৰাৰ যুৱক আৰু মহিলাৰ তিনিজনীয়া দলটি ৷ আৰক্ষীয়ে বৰ্তমান চিমিৰুদ্দিনক জেৰা অব্যাহত ৰাখিছে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd