• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নুমলীগড়ত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰৰ পৰা লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ উদ্ধাৰ : এখন ইণ্ডিকা জব্দ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 20, 2018 8:03 am
ড্রাগছ ইণ্ডিকা (2)

ড্রাগছ ব্যৱসায়ী চিৰাজ আহমেদৰ ই্ণ্ডিকাৰ পৰা উদ্ধাৰ হোৱা ড্ৰাগছখিনি। ফটো : নৰ্থইষ্ট নাও

290
VIEWS
Share on FacebookShare on Twitter

বোকাখাত আৰক্ষীয়ে দেওবাৰে ড্ৰাগচ ব্যৱসায়ৰ সৈতে জড়িত নুমলীগড়ৰ ছিৰাজ আহমেদৰ ঘৰত তালাচী চলায় ৷ আৰক্ষীয়ে ঘৰৰ ভিতৰত একো নাপালেও ছিৰাজ আহমেদে  ব্যৱহাৰ কৰা এ এছ ০৩ এইছ ৬৯২৯ নম্বৰৰ ইণ্ডিকা গাড়ীখনৰ চিটৰ ভিতৰৰ এটা চাদা টেমাৰ পৰা প্ৰায় লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ, ব্ৰাউন চুগাৰত ব্যৱহাৰ কৰা কাগজ আৰু দুটা লাইটাৰ উদ্ধাৰ কৰাৰ লগতে ইণ্ডিকা গাড়ীখনো জব্দ কৰে ৷

আৰক্ষীয়ে বাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে ৷ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত মূল অভিযুক্ত ছিৰাজ আহমেদক আৰক্ষীয়ে আটক কৰিছে যদিও ছিৰাজৰ দুই অন্যতম সহযোগী চিদ্দিক আলি আৰু ইকবাল গাজীক এতিয়াও আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই।

উল্লেখযোগ্য যে যোৱা ১৭ আগষ্টত বোকাখাত মহকুমাৰ নুমলীগড়ত নিশা স্থানীয় ৰাইজে ড্ৰাগছৰ চোৰাং বেহাৰ সৈতে জড়িত ছিৰাজ আহমেদক ড্ৰাগছ আসক্ত প্ৰিয়াংকু তাঁতী নামৰ আন এজন যুৱকক ড্ৰাগছ বিক্ৰী কৰি থকা সময়তে হাতেলোটে ধৰি আৰক্ষীক গতাই দিছিল ৷

ড্রাগছ ইণ্ডিকা (1)
আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ ব্যৱসায়ী চিৰাজ আহমেদৰ ড্ৰাগছ ৰখা ইণ্ডিকাখন। ফটো : নৰ্থইষ্ট নাও

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি যোৱা ১৮ আগষ্টত ছিৰাজ আহমেদক আদালতত হাজিৰ কৰোৱাৰ পাছত ছিৰাজক আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে আৰু তাৰ পাছতেই দেওবাৰে আৰক্ষীয়ে অভিযান চলাই উক্ত ড্ৰাগছৰ লগতে ইণ্ডিকা গাড়ীখন জব্দ কৰে।

আনহাতে, দেওবাৰে বিয়লি নুমলীগড় নাট্য মন্দিৰত ড্ৰাগছ ব্যৱসায় প্ৰতিৰোধৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ সভাত সকলোৱে একেমুখে নুমলীগড়ৰ পৰা ড্ৰাগছৰ ঘাটী উচ্ছেদ কৰাৰ সংকল্প গ্ৰহণ কৰে ৷

উক্ত সভাত উপস্থিত থাকি বোকাখাত থানাৰ আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰা আৰু ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা বিচাৰি আহ্বান জনায় ৷

সভাখনত উপস্থিত থকা সকলোৱে ড্ৰাগছ সৰবৰাহকাৰী ছিৰাজ আহমেদ বা আন সকল যাতে আইনৰ সুৰুঙাৰে ওলাই আহিব নোৱাৰে আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰে তাৰ বাবে দাবী জনায় ৷

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd