• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰাত মত্ত! খোৱা বস্তুত ড্ৰাগছ মিলাই তৰুণ শিক্ষয়িত্ৰীৰ লগত সম্ভোগ প্ৰধান শিক্ষয়িত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2024 7:30 pm
802
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ পাঁচ দিন পূৰ্বে বিদ্যালয়ত যোগদান কৰিছিল শিক্ষয়িত্ৰী গৰাকীয়ে। নতুন চাকৰি খুবেই সুখী । কিন্তু বাইশ বছৰীয়া শিক্ষয়িত্ৰী ভাবিব পৰা নাছিল যে তেওঁৰ লগত এনেকুৱা হ’ব। তেওঁৰ অভিযোগ অনুসৰি পানীয়ৰ লগত মাদক দ্ৰব্য মিহলাই তেওঁক অচেতন কৰি পেলাইছিল। ইয়াৰ পিছত স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিছিল!

এই ঘটনা সংঘটিত হৈছে চেন্নাইৰ ইঞ্জামবাক্কামত। তৰুণ শিক্ষয়িত্ৰীগৰাকীয়ে থিৰুৱনমিউৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৪০ বছৰীয়া প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে তৰুণ শিক্ষয়িত্ৰীগৰাকীক ঘৰলৈ মাতি আনি আগন্তুক বিদ্যালয়ৰ পৰীক্ষাৰ বিষয়ে আলোচনা কৰে। সুযোগ বুজি শিক্ষয়িত্ৰী গৰাকীক পানীয়ৰ লগত ড্ৰাগছ মিহলাই খুৱাইছিল প্ৰধান শিক্ষয়িত্ৰীয়ে। তাৰপিছত তৰুণ শিক্ষয়িত্ৰীগৰাকী অচেতন হৈ পৰে।

কিন্তু যেতিয়া তেওঁৰ চেতনা ঘূৰি আহিছিল তেতিয়া তেওঁ আধা উলংগ অৱস্থাত আাছিল। কেৱল সেয়াই নহয়, তেওঁৰ শৰীৰৰ কেইবাটাও অংশতো আঘাত পাইছিল। ইয়াৰ পিছত লগে লগে তেওঁ আৰক্ষীৰ কাষ চাপিল।

এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে শিক্ষয়িত্ৰী গৰাকীৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰা কৰিছে।

কিন্তু তদন্তত আন এক তথ্য পোহৰলৈ আহিছে। তদন্তকাৰীয়ে জনোৱা মতে, অভিযুক্ত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে তৰুণ শিক্ষয়িত্ৰীগৰাকীক অচেতন অৱস্থাত আঘাত কৰিছিল। দুয়োৱে ইজনে সিজনক বহুদিনৰ পৰা চিনি পাইছিল। বিগত দুবছৰত দুয়োজনে বিভিন্ন সময়ত ব্যক্তিগতভাৱে সাক্ষাৎ কৰি আহিছে।

অভিযুক্ত প্ৰধান শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি জিলা আদালতত হাজিৰ কৰোৱাৰ পিছত জামিনত মুকলি কৰি দিয়া হয়। অৱশ্যে আৰক্ষীয়ে এতিয়াও এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd