• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

চাঞ্চল্য! বিবাহথলীতে নিজ মাতৃ, ভগ্নী, হ’বলগীয়া পত্নীক হত্যা কৰি নিজৰো প্ৰাণ ল’লে দৰাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2023 8:34 pm
groom kills mother and sister bride
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক চাঞ্চল্যকৰ কাণ্ডৰ বাবে সংবাদ শিৰোনাম হৈ পৰিছে এখন বিয়া। বিবাহথলীতে নিজৰ মাতৃ, ভগ্নী আৰু হ’বলগীয়া পত্নীক গুলীয়াই হত্যা কৰি তাৰ পিছতে নিজেও আত্মহত্যা কৰিছে দৰাই। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে থাইলেণ্ডত।

উত্তৰ-পূব থাইলেণ্ডত অনুষ্ঠিত হৈছিল এই বিবাহ অনুষ্ঠান। চাতুৰং চুকছুক (২৯) নামৰ যুৱকজনৰ সৈতে বিয়াৰ বাবে সাজু হৈছিল কাঞ্চনা পাচুনথুৱেক (৪৪) নামৰ যুৱতীগৰাকী। কিন্তু হঠাতে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু সেই স্থান এৰি গুচি যায় দৰা চাতুৰং।

Apply Now

কিন্তু কিছু সময় পিছতে হাতত এটা বন্দুক লৈ উভতি আহে যুৱকজন।তাৰ পিছতে প্ৰথমে ৬২ বছৰীয়া মাতৃ আৰু নিজৰ জ্যেষ্ঠ ভগ্নীক গুলীয়াই হত্যা কৰাৰ পিছত হ’বলগীয়া পত্নীক গুলীয়াই হত্যা কৰে।

তিনিওকে হত্যাৰ পিছত নিৰ্বিচাৰকৈ আন দুটা গুলীও এৰে চাতুৰঙে। এই গুলীচালনাত বিবাহলৈ অহা দুগৰাকী অতিথিক আহত হয়। ইয়াৰে এজনৰ চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে মৃত্যু হয়। এনে চৰম কাণ্ড সংঘটিত কৰাৰ পিছত গুলীয়াই আত্মহত্যা কৰে চাতুৰঙে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সদৰী কৰা মতে, সেই সময়ত যথেষ্ট মদ্যপান কৰি আছিল চাতুৰঙে। কি কি কাৰণত তেওঁ এনে চৰম পন্থা ল’লে, সেয়া এতিয়াও স্পষ্ট নহয় বুলি উল্লেখ কৰে আৰক্ষীয়ে। বিগত বৰ্ষত তেওঁ বৈধভাৱে বন্দুক ক্ৰয় কৰিছিল বুলি আৰক্ষীয়ে লগতে প্ৰকাশ কৰে।

ইফালে ঘটনাস্থলীত থকা অতিথিসকলে স্থানীয় সংবাদ মাধ্যমক অৱগত কৰা মতে, বিবাহ অনুষ্ঠানৰ পাৰ্টিৰ সময়ত চাতুৰং চুকছুকে তেওঁ আৰু কাঞ্চনা পচুনথুৱেকৰ বয়সৰ ব্যৱধানক লৈ নিৰাপত্তাহীনতা অনুভৱ কৰিছিল বাবে দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হৈছিল।

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, বিগত তিনি বছৰ ধৰি দম্পতীহাল লিভ ইনত আছিল। লক্ষনীয়ভাৱে, চাতুৰঙে যোৱা বছৰ ইণ্ডোনেছিয়াত অনুষ্ঠিত হোৱা এছিয়ান পেৰা গেমছত সাঁতোৰত ৰূপৰ পদক লাভ কৰিছিল।

অহা ডিচেম্বৰ মাহত থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড এবিলিটি স্প’ৰ্ট গেমছত অংশগ্ৰহণ কৰিবলগা খেলুৱৈৰ তালিকাতো চাতুৰং চুকছুকে স্থান লাভ কৰিব বুলি ধাৰণা কৰা হৈছিল। অৰ্ধসামৰিক বাহিনীত কৰ্তব্যৰত অৱস্থাত তেওঁ সোঁ ভৰিখন হেৰুৱাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd