DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিকিৎসা নহয়, আই চি য়ুৰ ৰোগীক জি এম চি এইচ্ছৰ মাতাল চিকিৎসকে কৰিলে প্ৰহাৰ

মুকুট দাস by মুকুট দাস
September 17, 2018 10:02 pm
GMCH
358
VIEWS
Share on FacebookShare on Twitter

মদৰ নিচাত আজি এগৰাকী জ্যেষ্ঠ চিকিৎসকে উদ্ভণ্ডালি সৃষ্টি কৰাক কেন্দ্ৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

অভিযুক্ত চিকিৎসক গৰাকীক জি এম চি এইচ্ছৰ এনাস্থেছিয়া বিভাগৰ জ্যেষ্ঠ চিকিৎসক অৰ্জুন খাকলাৰী বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, সুৰাপান কৰি অহা খাকলাৰীয়ে জেনেৰেল আই চি য়ুত প্ৰৱেশ কৰি ৰোগীক প্ৰহাৰ কৰাৰ লগতে ৰোগীৰ মুখত লগাই থোৱা অক্সিজেনৰ সংযোগ খুলি দিয়ে বুলি ৰোগীৰ পৰিয়ালে গুৰুতৰ অভিযোগ আনিছে।

অৱশ্যে পিছত জি এম চি এইচ্ছৰ অধীক্ষক ৰমেন তালুদাৰে ভঙাগড় আৰক্ষীক খবৰ দিয়াত আৰক্ষী গৈ তেওঁক আটক কৰে।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বাৰ্তাত ভঙাগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন মেধীয়ে জনাই, ‘আজি বিয়লি প্ৰায় ৪:৩০ বজাত এই ঘটনাটো সংঘটিত হয়। খাকলাৰীয়ে কেইগৰাকীমান ৰোগীৰ লগতে পৰিচাৰককো দুৰ্ব্যৱহাৰ কৰে।‘

Recent News

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd