• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেব বিৰোধিতাত জ্বলিছে অসম: গুৱাহাটীত ৰঞ্জী মেচ, আই এছ এলৰ খেল বাতিল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2019 7:58 pm
41a7308a-1184-42ab-b6b3-fdebd248f02e-750x375

বুধবাৰে গুৱাহাটীত বাহন জ্বলাই দিয়ে দুস্কৃতিকাৰীয়ে। ফটো: নৰ্থইষ্ট নাও

994
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৯ লোকসভাৰ পাছত বুধবাৰে ৰাজ্যসভাতো গৃহীত হোৱাৰ পাছতে অসমত প্ৰতিবাদে ভয়ংকৰ ৰূপ লৈছে।

ইয়াৰ মাজতে গুৱাহাটীত চলি থকা ৰঞ্জী ট্ৰফীৰ চতুৰ্থ দিনৰ (বৃহস্পতিবাৰে) খেল স্থগিত কৰি দিয়া হৈছে। তদুপৰি, ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ৰ মেচো বাতিল কৰা হৈছে।

ৰঞ্জী ট্ৰফীত অসমে নিজৰ প্ৰথম ইনিংছত চাৰ্ভিচেজ স্পৰ্টছ কন্ট্ৰ’ল বোৰ্ডৰ বিৰুদ্ধে খেলি আছিল।

বিচিচিআইৰ জি এম (ক্ৰিকেট অপাৰেশ্যন) ছাবা কৰিমে জানিবলৈ দিয়া মতে খেলুৱৈ আৰু বিষয়াসকলক হোটেলতে সোমাই থকাৰ পৰামৰ্শ দিয়া হৈছে।

ছাবা কৰিমে কয়,’’সান্ধ্য আইনৰ সময়ত দুয়োটা দলৰে খেলুৱৈসকল আৰু মেচৰ বিষয়াসকলক হোটেল ত্যাগ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।‘’

আনহাতে, ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ৰ গুৱাহাটীত হ’বলগীয়া নৰ্থইষ্ট য়ুনাইটেড আৰু চেন্নাইয়ন এফ চিৰ মাজৰ খেলখন অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে।

আইএছএলৰ তৰফৰ পৰা কোৱা হৈছে,’’গুৱাহাটীত চলি থকা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি আইএছএলৰ চতুৰ্থটো ছিজনৰ নৰ্থইষ্ট য়ুনাইটেড আৰু চেন্নাইয়ন এফ চিৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৩৭ নম্বৰ খেলখন স্থগিত ৰখা হৈছে।‘’

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd