• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টংলাত অবৈধভাৱে শিল-বালি কঢ়িওৱা ৩খন ডাম্পাৰ জব্দ

চাজিদ খান by চাজিদ খান
January 22, 2019 6:37 pm
Udalguri

অবৈধ শিল বালি

2.7k
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ টংলা নগৰত ২১ জানুৱাৰিত ধনশিৰি বন সংমণ্ডলৰ বিষয়া আৰু টংলা আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত অবৈধভাৱে শিল-বালি কঢ়িয়াই অনা তিনিখনকৈ ডাম্পাৰ জব্দ কৰে। শিল-বালিখিনি ভাৰত-ভুটান সীমান্তৱৰ্তী নদীৰ পৰা আনিছিল বুলি জানিব পৰা গৈছে।

জব্দ হোৱা ডাম্পাৰকেইখনৰ নম্বৰ ক্ৰমে এ এছ ১৩ চি-৫৫৪২, এ এছ ০১ এফ চি-৮৯৭৩, এ এছ ১৩ চি-৫৩৪২ আৰু এইকেইখন প্ৰভু আগৰৱালা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, এই অভিযানৰ সময়ত শিল-বালিৰ অবৈধ সৰবৰাহ কৰা ডাম্পাৰ জব্দ হোৱাটোৱে ৰাজ্যখনত অবৈধ শিল-বালিৰ বৃহৎ ছিণ্ডিকেট চলি থকাৰ ইংগিত দিয়ে। স্থানীয় লোকে অভিযোগ কৰা মতে, এই ছিণ্ডিকেটটো ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ  শিল-বালি যোগান ধৰা গুৱাহাটী, মঙলদৈ আৰু টংলাৰ এচাম ঠিকাদাৰ, ব্যৱসায়ীয়ে নিয়ন্ত্ৰণ কৰে বুলি তথ্য পোৱা গৈছে.

এটা সমৰ্থিত সূত্ৰই কয় যে শিল-বালিৰ ছিণ্ডিকেট চলোৱা এইসকল ব্যৱসায়ীৰ সৈতে প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ সুসম্পৰ্ক থকা বাবে এওঁলোকে বন বিভাগ আৰু আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়াক মেনেজ কৰি অবৈধভাৱে এই ব্যৱসায় চলাই আহিছে। আনহাতে যোৱা দিনবোৰত ডাম্পাৰসমূহত অবৈধভাৱে বহু পৰিমাণৰ শিল-বালি কঢ়িওৱাৰ ফলত টংলা অঞ্চলত ভালেকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd