• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰা জিলাত ১২৫ মণ্ডপত অনুষ্টুপীয়াকৈ আয়োজন দুৰ্গোৎসৱ

কাইলৈ মহানৱমী, টুক্ৰেশ্বৰী দেৱালয়ত বলিৰ তেজ পান কৰিব কপি কুলে

নীলমণি শৰ্মা by নীলমণি শৰ্মা
October 23, 2020 2:37 pm
Durga Puja in Goalpara district Durga Puja in Goalpara district
12k
VIEWS
Share on FacebookShare on Twitter

আৰম্ভ হল লক্ষ লক্ষ জনতাৰ আকাংক্ষিত ধৰ্মীয় উৎসৱ শাৰদীয় দূৰ্গা পূজা ৷ পিছে ক’ডিড ১৯ সৃষ্ট মহামাৰীৰ সন্ত্ৰাস আৰু প্ৰতিকুল বতৰে  ম্লান কৰিলে উৎসৱৰ সকলো আনন্দ উল্লাস ৷

চতুৰ্দিশে নিমাওমাও পৰিবেশ ৷ নাই কোনো চকু চাত মাৰি ধৰা পেণ্ডেল,নাই ঢাক ঢোলৰ ৰজনজননি ৷ দোকান-পোহাৰ-মেলা-প্ৰদৰ্শনী একোৰে ব্যৱস্থা নাই কোনো এখন পূজাথলীত ৷

সকলো পূজা সমিতিয়ে চৰকাৰী কৰ্তৃপক্ষই বান্ধি দিয়া কঠোৰ নীতি নিৰ্দেশনাৰ মাজত মাথোঁ পৰম্পৰা ৰক্ষা কৰিবলৈহে যেন আয়োজন কৰিছে শাৰদ উৎসৱ ৷ গোৱালপাৰা জিলাখনো ইয়াৰ ব্যতিক্ৰম নহয় ৷ সদৰৰ ৩৫ খন পূজা মণ্ডপকে ধৰি জিলাখনত এইবেলি মুঠ ১২৫ খন মণ্ডপত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ তাৰ মাজতে সকলো পূজা সমিতিয়ে কঠোৰ দৃষ্টি ৰাখিছে চৰকাৰী নীতি নিৰ্দেশনা যাতে কোনো কাৰণতে ভংগ নহয় ৷

জিলাখনৰ ঐতিহাসিক  শ্ৰীশ্ৰী টুক্ৰেশ্বৰী দেৱালয়তো ৰজা দিনীয়া পৰম্পৰা ৰক্ষা কৰি আৰম্ভ হল দূৰ্গা পূজা   ৷

মহাষষ্ঠী পূজাৰ অন্তত ৰজা দিনীয়া পৰম্পৰা মানি দেৱালখনৰ কাষৰীয়া হাদীগাৱঁৰ এডাল বিশেষ বেল গছাৰ পৰা বেল আদৰি আনি আজি ৰাতিপুৱা আৰম্ভ কৰিছে মহাসপ্তমী পূজা ৷

ষষ্ঠীৰ পূজা সামৰি পুৰোহিতৰ দল এটা ঢ়লে-দগৰে কাষৰীয়া হাদীগাৱঁৰ পৰা বেল লৈ

 অহাতো এক ৰজাদিনীয়া নিয়ম ৷  কাইলৈ মহানৱমী গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয় হাহঁ, ছাগলী,কমোৰা,কুহিয়াৰ,পাৰচৰাই ,ম’হ আদিকে ধৰি অনুষ্টিত হব লক্ষ্য বলি ৷ এইবাৰ দেৱালয় খন তিনিটাকৈ ম’হ বলি দিয়া হব ৷ইপিনে দেৱালয় খনৰ ৰজাদিনীয়া পৰম্পৰাৰ ৰক্ষা কৰি মহানৱমীৰ বলিৰ তেজ পান কৰিব দেৱালয়ৰ কপি কুলে ৷

দেৱালয় পৰিচালনা সমিতিয়ে ৰজাদিনীয়া পৰম্পৰা ৰক্ষা কৰাৰ লগতে চৰকাৰে বান্ধি দিয়া ক’ভিদ ১৯ৰ সকলো নীতি নিয়ম পালন কৰাৰ বাবেও সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷

সমিতিয়ে ভক্তপ্ৰাণ ৰাইজক দেৱালয় প্ৰাংগণত অনাহক ভিৰ নকৰি নিজ নিজ ঘৰৰ পৰাই মাৰ চৰণত সেৱা আগবঢ়াবলৈ আহ্বান জনাইছে৷

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd