• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ পি এছ চিৰ কেলেংকাৰীত লিপ্তসকলক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতে এছ আই টিয়ে আদালতত মিছা প্ৰতিবেদন দিছে

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলা আৰক্ষী বিষয়া প্ৰতীক থুবেৰ বিৰুদ্ধে ব্যৱস্থা লওকঃ ডি ৱাই এফ আই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 27, 2024 7:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰি আৰু এছ আই টি গঠনৰে পুনৰ তদন্ত আৰম্ভ কৰি সমগ্ৰ এপিএছচিৰ কেলেংকাৰীত অভিযুক্তসকলক যে ৰক্ষা কৰিব বিচাৰিছে সেয়া সেয়া আৰক্ষী বিষয়া প্ৰতীক থুবেই আদালতত প্ৰদান কৰা অভিযোগনামাই প্ৰমাণ কৰিছে। অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে দুৰ্বল শপতনামা দাখিল কৰা আৰক্ষী বিষয়া প্ৰতীক থুবেৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে দাবী উত্থাপন কৰিছে।

আদালতত অসম চৰকাৰে দিয়া শপতনামাৰ ভিত্তিতে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতেই আৰক্ষী বিষয়া প্ৰতীক থুবেৰ নেতৃত্বত বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন হৈছিল। প্ৰথম অৱস্থাৰ পৰাই এছ আই টিয়ে দুৰ্বল ভুমিকালৈ তদন্ত প্ৰক্ৰিয়া দীঘলীয়া কৰিছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোকে ভেঁ‌কোভাওনাত পৰিণত কৰিছে।

Apply Now

প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই দাখিল কৰা প্ৰতিবেদনত ২০১৩ আৰু ২০১৪ বৰ্ষৰ এপিছচি সমগ্ৰ প্ৰক্ৰিয়া হোৱা অনিয়ম আৰু দুৰ্নীতি পোহৰলৈ অহাৰ তথ্য প্ৰকাশ পাইছিল। সেই অনুসৰি মুঠ ৩৯ জন বিষয়াৰ ভিতৰত ফেইল কৰা ২০ গৰাকী প্ৰাৰ্থীৰ উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীটত এপিএছচিৰ সেইসময়ৰ অধক্ষ্য ৰাকেশ পালে নম্বৰ বঢ়াই দি সাক্ষাৎকাৰলৈ প্ৰেৰণ কৰিছিল। বহু প্ৰাৰ্থীক পচন্দৰ পদ পাবলৈ ৬০ ৰ পৰা ২৮০ নম্বৰ পৰ্যন্ত বৃদ্ধি কৰি উত্তীৰ্ণ কৰাই দিছিল। একাধিক প্ৰাৰ্থীৰ সকলো উত্তৰ বহী নাইকিয়া কৰি পেলোৱা হৈছে।

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ তদন্তত পোহৰলৈ অহা তথ্য মতে এচিএছ বিষয়া ধ্ৰুৱজ্যোতি হাতীবৰুৱা, ত্ৰিদিপ ৰয়, হিতেশ মজুমদাৰ, বিক্ৰমাদিত্য বৰা, ধীৰাজ কুমাৰ জৈন আৰু আকাশী দুৱৰাই ২০১৩ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ফেইল কৰিছিল। বক্ৰ পথেৰে চাকৰি লোৱা ১১ গৰাকী এপিএছ বিষয়াৰ ১০ গৰাকীয়ে ফেইল কৰিছিল। সেই বছৰত এপিএছ বিষয়াৰ স্থান দখল কৰা নীলাঞ্জল গগৈ, নন্দিনী কাকতি, কুলপ্ৰদীপ ভট্টাচাৰ্য, কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ, দীপাংকৰ দত্ত লহকৰ, ঋতুৰাজ দলে, নিতুমনি দাস, পুষ্কল গগৈ আৰু ৰুমীৰ তিমুংপীয়ে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল পৰীক্ষাত ‘ফেইল’ কৰিছিল। এনে বহু বিষয়াৰ মূল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ জোখেৰে নম্বৰ লাভ নকৰাৰ পাছতো তেওঁলোকৰ টেবুলেশ্বন শ্বীটত নম্বৰ বঢ়াই দি উত্তীৰ্ণ কৰাইছিল।

ন্যায়াধীশ শৰ্মা আয়োগৰ তদন্ত এই সমগ্ৰ অনিয়মৰ তথ্য পোহৰলৈ আহিছিল যদিও চৰকাৰে ইয়াক আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াৰ পৰিৱৰ্তে তদন্ত প্ৰক্ৰিয়া দীঘলীয়া কৰাৰ আৰু সমগ্ৰ প্ৰক্ৰিয়াটোকে ভেঁকোভাওণা কৰাৰ মানসেৰে এছ আই টি গঠন কৰে।

এছ আই টিয়ে প্ৰথমৰে পৰাই তদন্তৰ নামত ল’ৰা-ধেমালি আৰম্ভ কৰে। আনহতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানৱীয়তাৰ দোহাই দি অভিযুক্ত বিষয়াসকলৰ পক্ষে মুকলিকৈ যুক্তি দিয়া আৰম্ভ কৰে। এইটো নিশ্চিত যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গঠন হোৱা এছ আই টিৰ মূৰব্বী প্ৰতীক থুবেই মুখ্যমন্ত্ৰীৰ গোপন নিৰ্দেশ পালন কৰিবলৈ গৈয়ে আদালতত অভিযোগনামা দাখিল কৰিছে। জনতাৰ সেৱাৰ বাবে শপত লোৱা এজন আৰক্ষী বিষয়াই ৰাজনৈতিক লাভালাভৰ বাবে আদালতকো বিপথে পৰিচালিত কৰিব বিচাৰিছে। এনে বিষয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ডি ৱাই এফ আইয়ে দাবী কৰিছে।

ডি ৱাই এফ আইৰ ৰাজ্যিক কমিটিয়ে এপিএছচি কেলেংকাৰীৰ তদন্তত ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰিবসলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd