DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আজি পুৱা পুনৰ ভূমিকম্পই জোঁকাৰি গ’ল মিজোৰামক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2020 3:48 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

631
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা ৮.০২ বজাত পুনৰ এক মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি অসমৰ যায় চুবুৰীয়া ৰাজ্য মিজোৰামক।

ৰাষ্ট্ৰীয় ভূমিকম্পবিদ্যা কেন্দ্ৰৰ(National Center for Seismology)ৰ মতে মিজোৰামৰ চেম্ফাই জিলাৰ পৰা ৩১ কিঃ মিঃ দক্ষিণ দক্ষিণ-পশ্চিমত তথা ১০ কিঃ মিঃ গভীৰত ৪.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল।

উল্লেখযোগ্য যে যোৱা ১৬ ঘণ্টাত ৰাজ্যখনত অহা এইটো দ্বিতীয়টো ভূমিকম্প। ইয়াৰ পূৰ্বে মঙলবাৰে নিশা ১১.০৩ বজাত ৰাজ্যখনত ৩.২ প্ৰাবল্যৰ এটা ভূমিকম্প অনুভূত হয়।

উক্ত ভূমিকম্পটোৰ অভিকেন্দ্ৰ চেম্ফাইৰ পৰা ৭০ কিঃ মিঃ দক্ষিণ-পূব আৰু ১০ কিঃমি গভীৰত আছিল বুলি National Center for Seismology-এ জানিবলৈ দিয়ে।

যোৱা কিছুদিন ধৰি মিজোৰামত ঘনাই এনে ভূমিকম্প অনুভূত হৈ আছে।

২২ জুনৰ পোৱা এটা ৫.৩ প্ৰাবল্যৰ ভূমিকম্পই ৰাজ্যখনক জোঁকাৰি গৈছিল। ৰাষ্ট্ৰীয় ভূমিকম্পবিদ্যা কেন্দ্ৰৰ তথ্য অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তৰ চেম্ফাই জিলাৰ জোকহাউথাৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল।

Recent News

ছিকিমৰ নেপালীসকল ‘বিদেশী মূলৰ’; উচ্চতম ন্যায়ালয়ৰ মন্তব্যৰ প্ৰতিবাদত উত্তাল ৰাজ্য

ছিকিমৰ নেপালীসকল ‘বিদেশী মূলৰ’; উচ্চতম ন্যায়ালয়ৰ মন্তব্যৰ প্ৰতিবাদত উত্তাল ৰাজ্য

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd