• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ল’কডাউনৰ মাজতে দিল্লীক কঁপাই গ’ল পুনৰ এক ভূমিকম্পই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 10, 2020 4:52 pm

1 min read

3.8 magnitude earthquake felt in lower Assam
649
VIEWS
Share on FacebookShare on Twitter

আজি দুৰপীয়া দিল্লীক কঁপাই যায় এক ভূমিকম্পই।

দিল্লীস্থ ৰাষ্ট্ৰীয় ভূকম্পবিদ্যা কেন্দ্ৰ( NCS)ই জনোৱা মতে ছোনিয়া বিহাৰ আছিল আজিৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ।

কেন্দ্ৰটোৰ মতে যোৱা ১২ এপ্ৰিলতো উক্ত স্থানতে ৩.৫ প্ৰাৱল্যৰ এক ভূকম্পনৰ উৎপত্তি হৈছিল।

২৮.৭ অক্ষাংশ আৰু ৭৭.২ দ্ৰাঘিমাংশৰ ভূগৰ্ভৰ ৫ কিলোমিটাৰৰ গভীৰত ভূমিকম্পটো উৎপত্তি হোৱা বুলি NCSএ জানিবলৈ দিছে।

আজিৰ ভূমিকম্পটো আছিল ৩.৪ প্ৰাৱল্যৰ।

‘দিল্লীত কেবাটাও স্তৰভংগ আছে। চোহনা, মথুৰা আৰু মহেন্দাৰগড় স্তৰভংগৰ পৰাই ভূমিকম্পটো উৎপত্তি হৈছে।’ NCSৰ ভূকম্পবিধ এ পি পাণ্ডেই কয়।

ভূমিকম্পটো কম প্ৰাৱল্যৰ হ’লেও চুবুৰীয়া ৰাজ্য হাৰিয়ানাতো ইয়াৰ কম্পন অনভূত হয়।

দেশজুৰি অব্যাহত থকা ল’কডাউনৰ সময়ত উৎপত্তি হোৱা ভূমিকম্পটোত অৱেশ্য ক্ষয়-ক্ষতিৰ খবৰ অহা নাই।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd