• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডোকলাম প্ৰত্যাহ্বানৰ মাজতে নতুন সংকট; ম্যানমাৰৰ পৰা অবৈধ অনুপ্ৰৱেশে বঢ়াইছে উদ্বেগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2023 3:35 pm
ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। ফটোঃ সংগ্ৰহীত।

ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডোকলাম এতিয়াও প্ৰত্যাহ্বান হৈয়ে আছে, তাৰ মাজতে উত্তৰ মণিপুৰত ম্যানমাৰৰ পৰা অনুপ্ৰৱেশে নতুন সমস্যাৰ সৃষ্টি কৰিছে। এই মন্তব্য ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা বাতৰি অনুসৰি, বিগত তিনিমাহত ম্যানমাৰৰ পৰা অভিলেখ হাৰত অনুপ্ৰৱেশ বৃদ্ধি পাইছে। ইয়াৰ ফলত সেনাবাহিনীৰ বাবে এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে বুলি জেনেৰেল কলিতাই কয়।

২০১৭ চনৰ পৰা ডোকলাম সেনাবাহিনীৰ বাবে যেনেকৈ প্ৰত্যাহ্বান হৈয়ে আছে, তেনেকৈয়ে ম্যানমাৰৰ পৰা মণিপুৰত অনুপ্ৰৱেশৰ বাবেও তেওঁ উদ্বেগ প্ৰকাশ কৰে। লেফটেনেণ্ট জেনেৰেল কলিতাইও ইয়াক মণিপুৰত হিংসাৰ অন্যতম কাৰণ বুলি অভিহিত কৰে।

Apply Now

লগতে পঢ়কঃ বিধিয়ে দিলেও নিদিয়ে বিধাতাই! প্ৰায় বাহিৰ পাণ্ডিয়া; ৰোহিতেই শেষ ভৰসা হ’ব নেকি আম্বানীৰ!

তেওঁ কয় যে ম্যানমাৰ সেনাই সীমান্তৰ সমীপৰ অঞ্চলত আক্ৰমণ কৰিব বুলি আশংকা কৰি বহু প্ৰব্ৰজনকাৰীয়ে পাৰ হ’বলৈ বাধ্য হয়। প্ৰব্ৰজনকাৰীৰ অধিকাংশই মিজোৰামলৈ প্ৰব্ৰজন কৰে আৰু কিছুমানে মণিপুৰলৈ প্ৰৱেশ কৰে।

কিন্তু যোৱা তিনি-চাৰি মাহত উগ্ৰপন্থী সংগঠন আৰু সেনাৰ মাজত যুদ্ধ তীব্ৰতৰ হৈ পৰিছে। যুদ্ধ তীব্ৰতৰ হোৱাৰ লগে লগে অনুপ্ৰৱেশৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পাইছে। পূৰ্বে মিজোৰাম-ম্যানামাৰ সীমান্তত আৱদ্ধ হৈ আছিল যদিও এতিয়া উত্তৰ দিশলৈ সম্প্ৰসাৰিত হ’বলৈ আৰম্ভ কৰিছে।

তেওঁ লগতে কয় যে এই আগ্ৰাসনে সীমান্তৰক্ষী বাহিনীৰ বাবে এক নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। স্থানীয় জনসাধাৰণৰ লগত মিহলি হোৱাৰ লগতে নিচাযুক্ত দ্ৰব্য আৰু ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হোৱাৰ ভাল সুযোগ পাইছে।

লগতে পঢ়কঃ আমেৰিকাৰ মন্দিৰত পুনৰ খলিস্তানীৰ তাণ্ডৱ; ভাৰত বিৰোধী শ্লোগান, মোডীক ভাবুকি

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত জেনেৰেলগৰাকীয়ে কয় যে পৰিস্থিতিৰ উন্নতি হৈছে, কিন্তু দুয়োটা সংঘাত লিপ্ত সম্প্ৰদায়ে ইটোৱে সিটোৰ লগত কোনো ধৰণৰ আলোচনা নকৰাৰ বাবে সমস্যা অব্যাহত আছে। কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ডোকলামৰ সন্দৰ্ভত লেফটেনেণ্ট জেনেৰেল কলিতাই কয় যে ই এক প্ৰত্যাহ্বান হৈয়েই আছে যদিও সেনাৰ নিৰ্দিষ্ট পৰিকল্পনা আৰু প্ৰস্তুতি আছে।

তেওঁ কয় যে ২০১৭ চনৰ পৰা ডোকলামৰ ফালে চীনৰ আৰু কোনো নিৰ্মাণ পৰিলক্ষিত হোৱা নাই। লেফটেনেণ্ট জেনেৰেল কলিতাই কয় যে ভাৰতীয় সেনা বাহিনী সদায় সজাগ হৈ আছে অঞ্চলটোত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd