• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বিধিয়ে দিলেও নিদিয়ে বিধাতাই! প্ৰায় বাহিৰ পাণ্ডিয়া; ৰোহিতেই শেষ ভৰসা হ’ব নেকি আম্বানীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2023 3:12 pm
Hardik Pandya Mumbai Indians
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টুইষ্টৰ পিছত টুইষ্ট আহি পৰিছে আই পি এল ফ্ৰেন্সাইজি মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত। সূত্ৰ অনুসৰি, গুজৰাট টাইটানছৰ পৰা মুম্বাই ইণ্ডিয়ানছত যোগ দিয়া তথা পিছত দলৰ অধিনায়ক হিচাপে নিযুক্তি পোৱা হাৰ্দিক পাণ্ডিয়াই আগন্তুক ছিজনৰ আই পি এলত খেলিব নোৱাৰিব।

বিচিচিআইৰ এক সূত্ৰই নিশ্চিত কৰিছে যে পাণ্ডিয়াই গোৰোহাৰ আঘাতৰ বাবে আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাত অংশ ল’ব নোৱাৰিব। আনহাতে আই পি এলৰ আগন্তুক ছিজনতো তেওঁৰ অংশগ্ৰহণ এতিয়াও সন্দেহৰ আৱৰ্তত বুলি সূত্ৰই প্ৰকাশ কৰিছে।

Apply Now

এনে অৱস্থাত এতিয়া দুৰ্বিধাত পৰিছে মুম্বাই ইণ্ডিয়ানছ। কিয়নো পাণ্ডিয়াক দললৈ অনাৰ পিছতে ফ্ৰেন্সাইজিটোৰ মেনেজমেণ্টে যোৱা এটা দশক ধৰি দলৰ নেতৃত্বত থকা ৰোহিত শৰ্মাক অপসাৰণ কৰি পাণ্ডিয়াক দায়িত্ব অৰ্পণ কৰিছিল।

এই কথাই স্বাভাৱিকতেই আশ্চৰ্যচকিত কৰি তুলিছিল সকলোকে। ইয়াৰ পিছতে ফ্ৰেন্সাইজিটোৰ সমৰ্থকসকলেও ৰাজহুৱাকৈ বিষোদগাৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল। সামাজিক মাধ্যমতো দলটোৱে হেৰুৱাইছিল অনুৰাগীৰ সমৰ্থন।

এতিয়া পাণ্ডিয়া আঘাতৰ বাবে আই পি এলৰ পৰা বাহিৰ হ’লে ৰোহিত শৰ্মাকে দলৰ অধিনায়ক হিচাপে পুনৰ দায়িত্ব দিব নেকি সেই লৈ চৰ্চা চলিছে। এফালৰ পৰা চাবলৈ গ’লে আই পি এল ইতিহাসৰে শ্ৰেষ্ঠতম অধিনায়ক ৰোহিতকে পুনৰ দায়িত্ব দিয়াৰ বাদে গত্যন্তৰ নাই ফ্ৰেন্সাইজিটোৰ।

কিন্তু এবাৰ পদৰ পৰা অপসাৰিত হৈ পুনৰ ৰোহিত শৰ্মাই দায়িত্ব ল’ব নে, সিও প্ৰশ্নৰ আৱৰ্তত। ৰোহিতে পুনৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিলে সূৰ্যকুমাৰ যাদৱো হ’ব পাৰে মুম্বাই ইণ্ডিয়ানছৰ সম্ভাৱ্য অধিনায়ক। ইতিমধ্যে যাদৱে দক্ষিণ আফ্ৰিকাৰ বিপক্ষএ ভাৰতক নেতৃত্ব দি নিজকে প্ৰমাণ কৰিছে।

উল্লেখ্য যে, বিগত বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে লীগ মেচৰ সময়তে গোৰোহাত আঘাত পাইছিল পাণ্ডিয়াই। ইয়াৰ পিছৰে পৰা খেলপথাৰৰ পৰা আঁতৰি আছে তাৰকাগৰাকী। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা সীমিত অভাৰৰ ভ্ৰমণৰ শৃংখলাতো পাণ্ডিয়া সেয়ে দলত নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd