• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শীতৰ বিদায়বেলাত লেপ আৰু কম্বল আলফুলে সামৰি ৰখাৰ সহজ নিয়ম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2026 6:45 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফেব্ৰুৱাৰী মাহ সোমোৱাৰ লগে লগে শীতকাল প্ৰায় শেষ হোৱাৰ পথত। ইতিমধ্যে বহু লোকে গৰম কাপোৰ বা চুৱেটাৰ পৰিহাৰ কৰিছে। ৰাতি শুই থকাৰ সময়তো এতিয়া কম্বল বা চাদৰ ল’লে গৰম অনুভৱ হোৱা আৰম্ভ হৈছে। গতিকে এতিয়া আপোনাৰ প্ৰিয় শীতকালীন কাপোৰবোৰ সামৰি থোৱাৰ সময় আহি পৰিছে। কিন্তু এইবোৰ আলমাৰীত ভৰাই থোৱাৰ আগতে কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়, নহ’লে অহা বছৰলৈ আপোনাৰ এই আপুৰুগীয়া কাপোৰবোৰ নষ্ট হৈ যাব পাৰে।

শিমুল কপাহৰ লেপৰ ক্ষেত্ৰত মনত ৰখা উচিত যে এইবোৰ কেতিয়াও পানীৰে ধুব নালাগে বা ড্ৰাই ক্লিনিং কৰিব নালাগে। চাদৰবোৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ কেৱল প্ৰখৰ ৰ’দত দি মেলি ৰখাৰ প্ৰয়োজন। আপুনি মাজে মাজে কেৱল চাদৰৰ কভাৰখনহে ধুই চাফা কৰি ৰাখিব পাৰে। কাপোৰবোৰ ভাঁজ কৰি থোৱাৰ সময়ত পোক-পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ নেফ্থালিন ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰি নিম পাত বা ক’লা জিৰা সৰু সৰু টোপোলা কৰি কাপোৰৰ ভাঁজত থৈ দিলে কোনো ধৰণৰ অনিষ্টকাৰী পোকে কাপোৰ নষ্ট কৰিব নোৱাৰে।

Apply Now

বহু লোকে কম্বলবোৰ বাহিৰত ড্ৰাই ক্লিনিং কৰিবলৈ দিয়ে যদিও আপুনি ইচ্ছা কৰিলে ঘৰতে কম্বল পৰিষ্কাৰ কৰিব পাৰে। ইয়াৰ বাবে চাবোনৰ পৰিৱৰ্তে শ্বেম্পু ব্যৱহাৰ কৰিলে কম্বলৰ কোমলতা অটুট থাকে। শ্বেম্পু মিহলি পানীত ১০ ৰ পৰা ২০ মিনিটমান কম্বলখন তিয়াই ৰাখি হাতেৰে লাহে লাহে ঘঁহি ধুব লাগে। মনত ৰাখিব যে কম্বল কেতিয়াও প্ৰখৰ ৰ’দত শুকুৱাব নালাগে, ইয়াক সদায় ছাঁত বা মৃদু ৰ’দত শুকুৱাব লাগে। সম্পূৰ্ণৰূপে শুকোৱাৰ পিছত নেফ্থালিন বা নিম পাত দি ইয়াক নিৰাপদে সামৰি থব লাগে।

আমাৰ ঘৰত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ কম্বল ধোৱাটো অতি সহজ। যিকোনো ডিটাৰজেণ্ট পাউদাৰ পানীত ২০-৩০ মিনিট তিয়াই থৈ আপুনি ঘৰতে এইবোৰ ধুই ল’ব পাৰে। আনহাতে বহুতৰে আকৌ ধূলি-বালি বা পুৰণি কাপোৰৰ পৰা এলাৰ্জী আৰু হাঁপানীৰ সমস্যা হোৱা দেখা যায়। তেনে লোকে শীতকালীন কাপোৰ সামৰি থোৱাৰ আগতে ঠাইখন ভালদৰে পৰিষ্কাৰ কৰি ল’ব লাগে। সদায় মনত ৰাখিব যে অহা বছৰ শীতৰ আৰম্ভণিতে এই কাপোৰবোৰ আলমাৰীৰ পৰা উলিয়াই পুনৰ এবাৰ ভালদৰে ৰ’দত দিহে ব্যৱহাৰ কৰা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd