• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত নাগৰিকত্ব পৰীক্ষাৰ অধিকাৰ আছে নিৰ্বাচন আয়োগৰ: উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল আয়োগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2025 10:35 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ বিহাৰ নিৰ্বাচনৰ পূৰ্বে এটা বিষয় চৰ্চালৈ আহিছে যে নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত এজন ব্যক্তি নাগৰিক হয় নে নহয় সেয়া পৰীক্ষা কৰাৰ আইনী অধিকাৰ আছে নে? ভাৰতীয় নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত কয় যে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত এজন ব্যক্তি নাগৰিক নে নহয় পৰীক্ষা কৰাৰ আইনী অধিকাৰ আছে। ১০ জুলাইত উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হোৱা শুনানিৰ প্ৰতিক্ৰিয়া স্বৰূপে এই বিবৃতি প্ৰকাশ পাইছে, য’ত আদালতে ভোটাৰৰ তালিকা উন্নীতকৰণৰ বাবে ইচিআইৰ বিশেষ পুনৰীক্ষণৰ (এছআইআৰ)প্ৰত্যাহ্বানসমূহ পৰ্যালোচনা আগবঢ়াইছিল।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে আধাৰ, ভোটাৰ আইডি কাৰ্ড, ৰেচন কাৰ্ডৰ দৰে নথি-পত্ৰ ব্যৱহাৰ কৰি ভোটাৰক পৰীক্ষা কৰিব পাৰিব বুলি পৰামৰ্শ দিছিল। কিন্তু ইচিআইয়ে এই ধাৰণা নাকচ কৰি কয় যে এই নথিসমূহ নাগৰিকত্ব পৰীক্ষাৰ বাবে উপযোগী নহয়। ইচিআইয়ে স্পষ্ট কৰি দিয়ে যে সংবিধান (ধাৰা ৩২৬) আৰু জনপ্ৰতিনিধি আইন (আৰপি আইন), ১৯৫০ৰ অধীনত কেৱল যোগ্য ভোটাৰৰ নামহে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰাৰ অধিকাৰ আছে। ইয়াৰ ভিতৰত এজন ব্যক্তি ভাৰতীয় নাগৰিক নে নহয় পৰীক্ষা কৰাটোও অন্তৰ্ভুক্ত।

Apply Now

উপ-নিৰ্বাচন আয়ুক্ত সঞ্জয় কুমাৰৰ স্বাক্ষৰিত ইচিৰ শপতনামাত গুৰুত্ব আৰোপ কৰা হৈছে যে কেৱল যোগ্য লোককহে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা আৰু প্ৰয়োজনীয়তা পূৰণ নকৰাসকলক বাদ দিয়া আয়োগৰ দায়িত্ব। ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱাৰ অৰ্থ এইটো নহয় যে নিজৰ নাগৰিকত্ব বাতিল কৰা নহয় বুলিও ইচিয়ে স্পষ্ট কৰি দিয়ে।

ইচিয়ে ভোটাৰে নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা ১১খন নথিৰ তালিকা প্ৰদান কৰিছে যদিও ইয়াত আধাৰ, ভোটাৰ আইডি কাৰ্ড আৰু ৰেচন কাৰ্ড অন্তৰ্ভুক্ত কৰা হোৱা নাই। ইয়াত কোৱা হৈছে যে আধাৰে নাগৰিকত্ব নিশ্চিত কৰাত সহায় নকৰে যদিও ইয়াক অন্যান্য নথি-পত্ৰৰ সৈতে সংগতি ৰাখি ব্যৱহাৰ কৰিব পাৰি। ইচিয়ে লগতে কয় যে ভোটাৰ আইডি কাৰ্ডে কেৱল বৰ্তমানৰ ভোটাৰৰ মৰ্যাদা প্ৰতিফলিত কৰে আৰু নাগৰিকত্ব প্ৰমাণ নকৰে। ইয়াত ৰেচন কাৰ্ডৰ লগত জড়িত সমস্যাৰ কথা আঙুলিয়াই দিয়া হৈছিল, যেনে ভুৱা কাৰ্ড, যিয়ে এই কামৰ বাবে ইয়াক অবিশ্বাস্য কৰি তোলে।

ইচিয়ে আৰু কয় যে তেওঁলোকৰ গ্ৰহণযোগ্য নথি-পত্ৰৰ তালিকা নমনীয়, অৰ্থাৎ বিষয়াসকলে অন্য নথি-পত্ৰ প্ৰদান কৰিলে ভোটাৰক গ্ৰহণ কৰিব পাৰে। কিন্তু নিৰ্বাচন আয়োগৰ স্থিতিৰ পিছতো একাংশ অঞ্চলত কৰ্তৃপক্ষই আধাৰ কাৰ্ড সংগ্ৰহ কৰাৰ খবৰ পোৱা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd