• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গো-মাংস ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য! বিতৰ্কিত মন্তব্য কৰা বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ গোচৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 24, 2021 2:54 pm

1 min read

BNM-1
1.9k
VIEWS
Share on FacebookShare on Twitter

গো-মাংসক ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য হিচাপে অভিহিত কৰি এতিয়া নিৰ্বাচন আয়োগৰ ৰোষত পৰিছে এগৰাকী বিজেপি প্ৰাৰ্থী।

গৌৰীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে এখন নিৰ্বাচনী সভাত এই বুলি মন্তব্য কৰিছিল যে গো-মাংস ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য।

মুছলমান ভোটৰক আকৃষ্টি কৰিবলৈ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কৈছিল যে গো-মাংস যিহেতু ৰাষ্ট্ৰীয় খাদ্য সেয়ে ইয়াক নিষিদ্ধ কৰিবলৈ কোনে সাহস কৰিব?

বিজেপি প্ৰাৰ্থীগৰাকীৰ এনে মন্তব্যকলৈ ৰাজ্যজুৰি তুমুল প্ৰতিতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে আজি নিৰ্বাচন আয়োগে বিজেেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰে।

যোৱা বছৰৰ ২৯ ডিচেম্বৰত বিজেপিত যোগদান কৰা মুছাহাৰীয়ে নিৰ্বাচনী সভা খনত মুছলমান ভোটৰক আকৰ্ষণ কৰিবলৈ কৈছিল যে গো-মাংস হৈছে এবিধ আন্তঃৰাষ্ট্ৰীয় খাদ্য।

অসমৰ গাঁও অঞ্চলত বাস কৰা শিক্ষিত মুছলমান লোকসকলে এই কথা ভালদৰে বুজি পায় যে এনে হেন আন্তঃৰাষ্ট্ৰীয় খাদ্য এবিধগ বিক্ৰী নিষিদ্ধ কৰাৰ কাৰো সাধ্য নাই।

উল্লেখ্য ১৯৯৬ চনৰ বিধানসভা নিৰ্বাচনত বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাবে বিজয়াী হৈছিল।

২০০১ চনতো মুছাহাৰীয়ে অগপৰ প্ৰার্থী হিচাবে গৌৰীপুৰ সমষ্টিৰ পৰাই জয়ী হৈছিল।

পৰৱৰ্তী সময়ত তেওঁ বিপিএফত যোগদান কৰি ২০১১ চনৰ নিভাচনত বিজয়ী হৈছিল।

Recent News

Golaghat vaccine crisis

কাণসাৰ নাই স্বাস্থ্য বিভাগৰ! গোলাঘাটত ক’ভিড ভেকচিনৰ নাটনিয়ে বিমুখ কৰিছে ৰাইজক

pakistan-blast

লক্ষ্য চীনৰ ৰাষ্ট্ৰদূত! পাকিস্তানৰ বিলাসী হোটেলত বোমা বিস্ফোৰণত কমেও ৪ জন লোক নিহত

Covid death from Bokakhat

কৰ’না আক্ৰান্ত হৈ আহমেদাবাদত মৃত্যু বোকাখাতৰ ব্যক্তিৰ; দুৰ্ভগীয়া পৰিয়ালটোত হাহাকাৰ

660x330-dead-body-management

কৰ’নাত বিপৰ্যস্ত দেশ! যোৱা ২৪ ঘন্টাত আক্ৰান্ত ৩ লাখ ১৪ হাজাৰ; ২হাজাৰ ১০৪ জনৰ মৃত্যু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd