DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

পাঁচ ৰাজ্যৰ নিৰ্বাচন প্ৰসঙ্গত ক’ভিদ পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে স্বাস্থ্য সচিবক সাক্ষাৎ নিৰ্বাচন আয়োগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2021 7:24 pm
Election Commission
132
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচন আয়োগৰ শীৰ্ষ বিষয়াসকলে আজি কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণক সাক্ষাৎ কৰি অহা বৰ্ষৰ আৰম্ভণিতে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অতি সংক্ৰামক অ’মিক্ৰন প্ৰকাৰৰ পৰিপ্ৰেক্ষিতত ক’ভিদ-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

উল্লেখ্য যে যোৱা সপ্তাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগ আৰু প্ৰধানমন্ত্ৰীক ক’ভিদ-১৯ৰ অ’মিক্ৰন প্ৰকাৰৰ সংক্ৰমণৰ বাবে আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন স্থগিত ৰাখিবলৈ আহ্বান জনাইছিল। ইয়াৰ পিছতে আজিৰ এই বৈঠকখনে বিশেষ তাৎপৰ্য বহন কৰিছে।

নিৰ্বাচন আয়োগৰ এজন বিষয়াই কয়, “আয়োগে মঙলবাৰে আবেলি লক্ষ্ণৌলৈ এক নিৰ্ধাৰিত নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা বৈঠকৰ বাবে ৰাওনা হ’ব।”

মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই যোৱা শুক্ৰবাৰে কৈছিল যে ৰাজ্যখনৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত কমিছনে এটা সিদ্ধান্ত ল’ব।

নিৰ্ধাৰিত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কমিছনে বৰ্তমান সকলো নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ৰাজ্য ভ্ৰমণ কৰিছে। কমিছনে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ আগতে নিৰ্বাচনমুখী ৰাজ্যসমূহ ভ্ৰমণ কৰাৰ প্ৰথা আছে।

মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰ, আৰু নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু ৰাজীৱ কুমাৰে ইতিমধ্যে পঞ্জাৱ, গোৱা আৰু উত্তৰাখণ্ড পৰিদৰ্শন কৰিছে আৰু পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশ আৰু মণিপুৰ ভ্ৰমণ কৰাৰ কথা আছে।

Recent News

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd