• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইডিয়ে এবছৰত জব্দ কৰিছে ৮১ হাজাৰ কোটি টকা; হ্ৰাস পাইছে গোচৰ নিষ্পত্তিৰ সময়ো, কিন্তু…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:31 am
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বলবৎকাৰী সঞ্চালকালয়ে (ইডি) বিত্তীয় অনিয়ম ৰোধ কৰিবলৈ যোৱা বিত্তীয় বৰ্ষত সৰ্বাধিক সম্পত্তি জব্দ কৰিছে। অৱশ্যে উল্লেখযোগ্যভাৱে গ্ৰেপ্তাৰৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

চৰকাৰী পৰিসংখ্যা অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত ইডিয়ে মুঠ ৮১,৪২২ কোটি টকা জব্দ কৰিছে, যিটো সংস্থাটোৰ ইতিহাসত সৰ্বাধিক। কিন্তু একে সময়ছোৱাত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ২৭ শতাংশ হ্ৰাস পাই ১৫৬ জনলৈ নামিছে।

Apply Now

২০২৫-২৬ বিত্তীয় বৰ্ষত সমগ্ৰ দেশতে ২৮৯২টা তালাচী অভিযান চলাইছিল ইডিয়ে। কিন্তু মাত্ৰ ১৫৬ জন লোক গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে ২০২৪-২৫ চনত পূৰ্বৰ বছৰত ২১৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০২৩-২৪ চনত এই সংখ্যা আছিল ২৭২। ইডিয়ে কয় যে তেওঁলোকে এতিয়া “প্ৰমাণভিত্তিক লক্ষ্যভিত্তিক তদন্ত” চলাই আছে, সেয়েহে গ্ৰেপ্তাৰৰ সংখ্যা হ্ৰাস পাইছে।

আনহাতে, জব্দ কৰা ধনৰ পৰিমাণ প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। ৭১২টা নিৰ্দেশৰ ভিত্তিত জব্দ কৰা হৈছে ৮১,৪২২ কোটি টকা, যিটো পূৰ্বৰ বছৰৰ তুলনাত ১৭১ শতাংশ অধিক। ২০২৪-২৫ বিত্তীয় বৰ্ষত জব্দ কৰা ধনৰ পৰিমাণ আছিল মাত্ৰ ৩০,৩৬৬ কোটি টকা।

বিগত বছৰ ইডিয়ে জনাইছিল যে প্ৰতাৰিতসকলক ১৫ হাজাৰ কোটি টকা ঘূৰাই দিয়া হ’ব। কিন্তু বাস্তৱত ২০২৪-২৫ চনত প্ৰায় ৩২ হাজাৰ কোটি টকা ঘূৰাই দিয়া হৈছিল। ২০২৫-২৬ বিত্তীয় বৰ্ষত বিভিন্ন গোচৰত ভুক্তভোগীক ১৫,৫৮২ কোটি টকা ঘূৰাই দিয়া হয়।

ইডিৰ গোচৰ নিষ্পত্তিৰ সময় কমি যোৱাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। যিহেতু আগতে এটা গোচৰত ৩-৪ বছৰ সময় লাগিছিল, এতিয়া গড়ে ১-১.৫ বছৰত সম্পূৰ্ণ হৈছে।

ইয়াৰ উপৰিও ইডিয়ে জনাইছে যোৱা যোৱা বছৰত,

• ৮১২ খন চাৰ্জ শ্বীট দাখিল কৰা হৈছে (বিগত বছৰত ৪৫৭ খন আছিল)।

• ১,০৮০টা নতুন ইচিআইআৰ পঞ্জীয়ন কৰা হৈছে (২০২৪-২৫ চনত আছিল ৭৭৫টা)।

• তদন্তত কেৱল অনুসন্ধানেই নহয়, বিত্তীয় নথি-পত্ৰ আৰু ক্ৰিপ্টোকাৰেন্সীৰ তথ্যও অন্তৰ্ভুক্ত কৰা হৈছে।

ইডিয়ে তদন্তৰ স্বাৰ্থত বিভিন্ন দেশলৈ লেটাৰ্ছ ৰোটেটৰী আৰু মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি প্ৰেৰণ কৰিছে। মুঠ ৩৫৩টা গোচৰ এতিয়াও নিষ্পত্তি হোৱা নাই। ইয়াৰে ৬৯টা সংযুক্ত আৰব আমিৰশ্বাহীত আছে।

আনহাতে, বিদেশী সংস্থাৰ পৰাও সহায়ৰ বাবে অনুৰোধ আহিছে যাৰ বেছিভাগেই ব্ৰিটেইনৰ পৰা আহিছে। সামগ্ৰিকভাৱে জব্দ কৰা সম্পত্তিৰ অভিলেখ থকাৰ পিছতো গ্ৰেপ্তাৰৰ সংখ্যা হ্ৰাস পাইছে আৰু তদন্তৰ পদ্ধতি সলনি কৰাৰ বাবে সংস্থাটো নতুনকৈ চৰ্চালৈ আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd