• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনৈতিক প্ৰতিশোধ! বেংকৰ দুৰ্নীতিৰ গোচৰত ইডিয়ে তলব কৰিলে সঞ্জয় ৰাউতৰ পত্নীক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2020 10:17 am
Sanjoy And Barsha Raut

ফটো: সংগৃহিত।

2.3k
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ কো-অপাৰেটিভ (পি এম চি) বেংকৰ দুৰ্নীতিৰ গোচৰত ইডিয়ে তলব কৰিছে শিৱসেনাৰ নেতা সঞ্জয় ৰাউতৰ পত্নীক।

তদন্তকাৰী সংস্থাটোৱে দেওবাৰে মহাৰাষ্ট্ৰৰ শাসকীয় দলটোৰ ৰাজ্যসভাৰ সাংসদগৰাকীৰ পত্নী বৰ্ষা ৰাউতলৈ জাননী প্ৰেৰণ কৰে।

বৰ্ষা ৰাউতক পিএমচি বেংক কেলেংকাৰি গোচৰৰ ভাৰপ্ৰাপ্ত তদন্তকাৰী বিষয়াক ২৯ ডিচেম্বৰত দেখা কৰিবলৈ কোৱা হৈছে।

ইডিৰ এই জাননীৰ কথা প্ৰকাশ পোৱাৰ পাছতে বিৰোধীসকলে বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ তুলিছে।

এনফ’ৰ্ছমেন্ট ডিৰেক্টৰেটৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ কো-অপাৰেটিভ বেংকৰ পৰা কিছু টকা বৰ্ষা ৰাউতৰ একাউন্টত জমা হোৱাৰ বিষয়টো সন্দেহজনক বুলি উঠা অভিযোগৰ ভিত্তিত তদন্ত কৰা হৈছে।

যোৱা ১১ ডিচেম্বৰত এই সম্পৰ্কত শিবসেনাৰ সাংসদৰ পত্নীক মাতি পঠোৱা হৈছিল যদিও তেওঁ নগ’ল। শাৰীৰিক অসুস্থতাৰ দোহাই দি দুবাৰকৈ দেখা কৰাৰ পৰা বিৰত আছিল বৰ্ষা ৰাউত।

এইবাৰ তেওঁ তদন্তত সহযোগিতা কৰিব বুলি আশা কৰা হৈছে আৰু তেওঁৰ বক্তব্য বিত্তীয় দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত ৰেকৰ্ড কৰা হ’ব।

ইপিনে, বিষয়টোক লৈ চৰ্চা চলিছে যে মহাৰাষ্ট্ৰত শিবসেনা আৰু বিজেপিৰ মিত্ৰজোঁট ভংগৰ পাছৰে পৰা মোদী নেতৃত্বৰ বিৰুদ্ধে আটাইতকৈ সৰৱ হৈ পৰা দেখা গৈছে সঞ্জয় ৰাউতক।

অভিযোগ উঠিছে যে বিৰোধী দলৰ নেতৃত্বাধীন ৰাজ্যসমূহত চিবিআই, ইডি আৰু আয়কৰ বিভাগক কামত লগাই কেন্দ্ৰই বিশৃংখলা সৃষ্টিৰ প্ৰচেষ্টা চলাইছে। এই ঘটনাও তাৰেই এক প্ৰতিফলন।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd