DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জিয়াওমি ইণ্ডিয়াৰ ৫,৫৫১ কোটি টকা জব্দ কৰিলে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 30, 2022 7:27 pm
জিয়াওমি ইণ্ডিয়াৰ ৫,৫৫১ কোটি টকা জব্দ কৰিলে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে
114
VIEWS
Share on FacebookShare on Twitter

ভাৰতত এমআইৰ ব্ৰেণ্ড নামত মোবাইল ফোনৰ এখন বৃহৎ বজাৰ গঢ়ি তোলা চীনৰ মোবাইল ফোনৰ কোম্পানী জিয়াওমি ইণ্ডিয়াৰ বৃহৎ অংকৰ ধন জব্দ কৰিলে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে।

বিদেশী মুদ্ৰা আইন উলংঘা কৰাৰ অভিযোগতে আজি এনফোৰ্চমেণ্ট সঞ্চালকালয়ে জিয়াওমিৰ একাউণ্টত থকা ৫,৫৫১ কোটি টকা জব্দ কৰে।

বিদেশী মুদ্ৰা আইন উলংঘা কৰাৰ বিষয়ে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে কোম্পানীটোৰ ভাইচ চেয়াৰমেনক জেৰা কৰাৰ পিছত শনিবাৰে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন, ১৯৯৯-ৰ ৮ ধাৰাৰ অধীনত জিয়াওমি টেকন’লজী ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ৫,৫৫১.২৭ কোটি টকা জব্দ কৰে।

জব্দ কৰা ধন খিনি কোম্পানীটোৰ বেংক একাউণ্টত বহুদিন ধৰি ব্যৱহাৰ নোহোৱাকৈ আছিল। চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত কোম্পানীটোৱে কৰা অবৈধ ধন সৰবৰাহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এনফোৰ্চমেণ্ট সঞ্চালকালয়ে তদন্ত আৰম্ভ কৰিছিল।

এনফোৰ্চমেণ্ট সঞ্চালকালয়ে গোচৰটো সন্দৰ্ভত জিয়াওমিৰ গোলকীয় ভাইচ চেয়াৰমেন মনু কুমাৰ জৈনকো সোধা-পোছা কৰিছিল।

কোম্পানীটোৱে ২০১৪ চনত ভাৰতত ইয়াৰ কাম-কাজ আৰম্ভ কৰিছিল আৰু ২০১৫ চনৰ পৰা ধন প্ৰেৰণ কৰা আৰম্ভ কৰিছিল। কোম্পানীটোৱে ৫৫৫১.২৭ কোটি টকাৰ বিদেশী মুদ্ৰা তিনিটা বিদেশী প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰিছে।

উক্ত প্ৰতিষ্ঠান সমূহৰ ভিতৰত ছদ্মনাম ব্যৱহাৰ কৰি জিয়াওমি আছে।

 

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd