• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰণবীৰৰ পিছত এইবাৰ কপিল-হুমা-হিনা! বেটিং চক্ৰৰ তদন্তৰ বাবে চমন ইডিৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 2:30 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰণবীৰ কাপুৰৰ পিছত এইবাৰ কপিল শৰ্মা, হুমা কুৰেশী, হিনা খান। বলীউডৰ ডাঙৰ ডাঙৰ তাৰকালৈ প্ৰেৰণ কৰা হৈছে চমন। মহাদেৱ বেটিং এপৰ ​​তদন্তত এই তিনি তাৰকাক এনফৰ্চমেন্ট ডাইৰেক্টৰেটে (ইডি) চমন জাৰি কৰিছে।

বুধবাৰে অভিনেতা ৰণবীৰ কাপুৰক ইডিৰ কাৰ্যালয়লৈ মতা হয়। তেওঁ আছিল মহাদেৱ বেটিং এপৰ ​​‘মুখ’। বিত্তীয় লেনদেনৰ সৈতে জড়িত তথ্য জানিবলৈ ৰণবীৰক মতা হৈছিল। অৱশ্যে ৰণবীৰ কাপুৰ উপস্থিত নহ’ল। এতিয়া কপিল শৰ্মা, হুমা কুৰেশী আৰু হিনা খানলৈ চমন প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে, মহাদেৱ বেটিং এপৰ ​​সৈতে জড়িত আছিল কপিল শৰ্মা, হুমা কুৰেশী, হিনা খান। তেওঁলোকৰ মাজতো বৃহৎ পৰিমাণৰ আৰ্থিক লেনদেন সংঘটিত হৈছে। ইডিৰ সূত্ৰ অনুসৰি হুমা কুৰেশী আৰু হিনা খানে মহাদেৱ বেটিং এপৰ ​​প্ৰচাৰ কৰিছিল।

Apply Now

লগতে পঢ়কঃ ছেমি ফাইনেলত বাংলাদেশক বিধ্বস্ত কৰি এছিয়ান গেমছৰ ক্ৰিকেটত সোণৰ পদকৰ দৌৰত ভাৰত

আনহাতে, বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ডুবাইত মহাদেৱ বেটিং এপৰ ​​সফলতাৰ পাৰ্টিত দেখা গৈছিল অভিনেতা কপিল শৰ্মাক। ৪০০ কোটিতকৈ অধিক ধনৰ আৰ্থিক দুৰ্নীতিৰ গোচৰত তেওঁলোক প্ৰত্যক্ষভাৱে জড়িত নেকি সেই বিষয়ে জানিবলৈ ইডিয়ে এই চমন প্ৰেৰণ কৰিছে। তেওঁলোকক কেতিয়া ইডি কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

ইপিনে, মহাদেৱ বেটিং এপ দুৰ্নীতিৰ গোচৰত বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰকো চমন কৰা হৈছিল। অভিনেতাজনক ব্যক্তিগতভাৱে উপস্থিত হ’বলৈ কোৱা হৈছিল যদিও জানিব পৰা মতে ৰণবীৰে হাজিৰ হ’বলৈ দুসপ্তাহৰ সময় বিচাৰিছে।

লগতে পঢ়কঃ বান বিধ্বস্ত ছিকিমত সন্ধানহীন ভাৰতীয় সেনা জোৱানৰ ভিতৰত আছে অসমৰো এক জোৱান

যোৱা ছেপ্টেম্বৰ মাহত চৰ্চালৈ আহিছিল মহাদেৱ বেটিং চক্ৰৰ দুৰ্নীতি। ইডিয়ে কলকাতাকে ধৰি দেশৰ কেইবাখনো চহৰত তালাচী চলাই ৪১৭ ​​কোটি টকা উদ্ধাৰ কৰে। ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ অভিনেতাৰ নাম সন্মুখলৈ আহিবলৈ ধৰিলে।

ইডিৰ মতে, ছানী লিয়নীৰ পৰা আৰম্ভ কৰি টাইগাৰ শ্ৰফ, নেহা কক্কৰ, আতিফ আছলাম, ৰাহত ফাতেহ আলী খান, বিশাল দাদলানীলৈকে কেইবাজনো অভিনেতা-গায়ক প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছে।

মহাদেৱ বেটিং চক্ৰৰ ‘মূৰব্বী’ সৌৰভ চন্দ্ৰকাৰৰ বিয়াতো অংশগ্ৰহণ কৰে বলীউডৰ তাৰকাসকলে। ডুবাইত অনুষ্ঠিত হোৱা বিয়াখনে বলীউডৰ যিকোনো তাৰকাৰ বিয়াক পৰাস্ত কৰিলেহেঁতেন। সৌৰভৰ বিয়াত টাইগাৰ শ্ৰফ, ছানি লিয়নী, নেহা কক্কৰ, আতিফ আছলাম, ৰাহত ফাতেহ আলী খান, বিশাল দাদলানী, এলি আব্ৰাহাম, ভাৰতী সিং, ভাগ্যশ্ৰী, কৃতি খাৰবান্দা, নুছৰত ভাৰুচা, কৃষ্ণ অভিষেক, সুখবিন্দৰ সিঙক দেখা গৈছিল।

লগতে পঢ়কঃ জলমগ্ন গুৱাহাটী! কৃত্ৰিম বানত আৱদ্ধ লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি; বন্ধ কেইবাখনো বিদ্যালয়, বাতিল পৰীক্ষা

তেতিয়াই ইডিৰ সূত্ৰই খবৰ দিছিল যে সকলো তাৰকাক সোধা-পোছাৰ বাবে এজন এজনকৈ মাতি অনা হ’ব। বেটিং এপটোৰ সৈতে তেওঁলোকৰ কি সম্পৰ্ক আছিল আৰু সৌৰভৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ তাৰকাসকলে কিমান টকা লাভ কৰিছিল সেই সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd