• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জলমগ্ন গুৱাহাটী! কৃত্ৰিম বানত আৱদ্ধ লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি; বন্ধ কেইবাখনো বিদ্যালয়, বাতিল পৰীক্ষা

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 1:05 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

গুৱাহাটী মহানগৰী এতিয়া চৌদিশে জলমগ্ন হৈ পৰিছে। এনে পৰিস্থিতিত   বিশেষ কাম নাথাকিলে বাহিৰলৈ নোলাবলৈও পৰামৰ্শ দিয়া হৈছে। নিশাৰ মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চল পুনৰ কৃত্ৰিম বানপানীৰ কৱলত পৰিছে। ঠায়ে ঠায়ে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰিছে।

মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, চানমাৰিৰ দাঁতিকাষৰীয়া সম্পূৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে। তদুপৰি, ভি আই পি পথৰ লগতে পাথৰকুঁৱেৰী, বৰবাৰীৰ বিভিন্ন স্থান কৃত্ৰিম বানত প্লাৱিত হৈ পৰিছে।

Apply Now

আৰ জি বৰুৱা ৰোডত একঁকাল পৰ্যন্ত পানী হৈছে। জুৰোডত যাতায়ত ব্যৱস্থা প্ৰায় ব্যাহত হৈ পৰিছে। উৰণীয়া সেতুকে ধৰি নলা নৰ্দমাৰ কামৰ বাবে অস্থায়ীভাৱে সংযোগ কৰা বিদ্যুৎ সংযোগী তাঁৰ, উন্মুক্ত নলা,ৰাস্তাৰ মাজৰ ঠায়ে ঠায়ে হোৱা গাত আদিয়ে বিপজ্জনক আশংকা কঢ়িয়াই আনিছে।

লগতে পঢ়কঃ বান বিধ্বস্ত ছিকিমত সন্ধানহীন ভাৰতীয় সেনা জোৱানৰ ভিতৰত আছে অসমৰো এক জোৱান

কৃত্ৰিম বানৰ বাবে আৱদ্ধ হৈ পৰা লোকক উদ্ধাৰ কৰিবলৈ, তেওঁলোকক সহায় কৰিবলৈ কামৰূপ জিলা প্ৰশাসনে হেল্পলাইন নম্বৰ মুকলি কৰিছে। কৃত্ৰিম বানত আৱদ্ধ হৈ থকা বা আন যিকোনো সহায়ৰ বাবে মহানগৰবাসীক নিয়ন্ত্ৰণ কক্ষৰ ৯৩৬৫৪২৯৩১৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান কৰিছে।

Officials of District Administration are on the ground to assess and assist citizens.

Please contact our helpline number 9365429314 📱 for any assistance or information. pic.twitter.com/KvEqNBIBro

— Kamrup Metro District Administration (@DCKamrupMetro) October 6, 2023

বিগত কেইবাদিনৰ হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ অধিকাংশ ঠাইতে কত্ৰিম বানপানীৰ সৃষ্টি হৈছে। ৰাস্তা-ঘাটত জলমগ্ন হোৱাৰ লগতে মানুহৰ ঘৰতো এতিয়া পানী সোমাব আৰম্ভ কৰিছে। ইতিমধ্যে বহুতৰে ঘৰত পানী সোমাইছে আৰু বহুতৰে পদূলিমূখলৈ পানী হৈছে। বাট-পথ পানীত বুৰ যোৱাৰ লগতে মানুহৰ ঘৰ-চোতাল লেতেৰা পানীৰে ভৰি পৰিছে।

মহানগৰীৰ বহু মানুহ এতিয়া ঘৰতে আবদ্ধ হৈ পৰিব লগা হৈছে। স্কুল, অফিচ, কাৰ্যালয় আৰু আন  কামৰ বাবেও ঘৰৰ পৰা ওলাই যাব পৰা নাই। আজি পুৱাৰ ভাগত মহানগৰীৰ পথত পানীৰ মাজত স্কুল বাছ এখন আবদ্ধ হৈ পৰাৰ ফলত বাছখনত থকা শিক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ লাগে। মাৰিয়া পাব্লিক স্কুলৰ কেইবাখনো বাছ কৃত্ৰিম বানত আবদ্ধ হৈ পৰে। ইপিনে, শিক্ষাৰ্থীসকল মাজপথতে ৰৈ থাকিবলগীয়া হয়। এনে পৰিস্থিতিত শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলেও এতিয়া চিন্তাত পৰিছে।

লগতে পঢ়কঃ আজি অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস

কৃত্ৰিম বানৰ বাবে বন্ধ ঘোষণা কৰা হৈছে বহু কেইখন শিক্ষানুষ্ঠানো। চানমাৰিৰ কৃষ্ণনগৰৰ  হলীচাইল্ড স্কুল বন্ধ বুলি বিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিছে। গুৱাহাটীৰ ছেইণ্ট মেৰিজ স্কুল, সাতগাঁৱৰ SFS স্কুল বন্ধৰো ঘোষণা কৰা হৈছে। সেইদৰে, মহানগৰীৰ কেইবাখনো বিদ্যালয়ৰ ছমহীয়া পৰীক্ষাও বাতিল কৰা হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

October 28, 2026 9:25 pm
“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

October 28, 2026 8:21 pm
তিনিটা এছিয়ান পেৰা গেমছৰ স্বৰ্ণজয়ী নীৰজ যাদৱৰ ৰহস্যজনক মৃত্যু, বিষাক্ত পদাৰ্থ সেৱনৰ সন্দেহ

তিনিটা এছিয়ান পেৰা গেমছৰ স্বৰ্ণজয়ী নীৰজ যাদৱৰ ৰহস্যজনক মৃত্যু, বিষাক্ত পদাৰ্থ সেৱনৰ সন্দেহ

October 28, 2026 7:48 pm
মধ্যপ্ৰদেশত গুলীবিদ্ধ হৈ চিতাৰ মৃত্যু, তদন্তৰ বাবে উচ্চপৰ্যায়ৰ কেন্দ্ৰীয় দল

মধ্যপ্ৰদেশত গুলীবিদ্ধ হৈ চিতাৰ মৃত্যু, তদন্তৰ বাবে উচ্চপৰ্যায়ৰ কেন্দ্ৰীয় দল

October 28, 2026 6:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

October 28, 2026 9:25 pm
“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

October 28, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd