• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে মুখ্য মন্ত্ৰীলৈ পত্ৰ এডিটৰ গীল্ড অফ ইণ্ডিয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2020 9:38 pm
586
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আজি এডিটৰ গীল্ড অফ  ইণ্ডিয়াই আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰে।

অসমত সাংবাদিকৰ ওপৰত ক্ৰমাগতভাৱে সংঘটিত হৈ অহা হিংসাত্মক আক্ৰমণৰ ঘটনাৰ  বৃদ্ধি পোৱাত ইডিটৰ গীল্ড অফ ইণ্ডিয়াই গভীৰ উদ্বেগ প্ৰকাশ কৰে।

দলবদ্ধ আক্ৰমণ, ভাবুকি আদি ঘটনাই অসমত মুক্ত সাংবাদিকতাৰ পৰিবেশ বিনষ্ট কৰিছে বুলিও এডিটৰ গীল্ড অফ ইণ্ডিয়াই পত্ৰখনত উল্লেখ কৰে।

”অসমত সাংবাদিকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক আপুনি গৰিহণা দিয়া কাৰ্য্যক আমি প্ৰশংসা কৰিছো। সুস্থ সাংবাদিকতাৰ পৰিবেশ বৰ্তাই ৰখাৰ বাবে এইক্ষেত্ৰত আপুনি শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰিছো যাতে সংবাদকৰ্মীক আক্ৰমণ কৰা দুস্কৃতিকাৰীসকলে নিজকে আইনৰ উৰ্দ্ধত বুলি ভাবিব নোৱাৰে,” পত্ৰখনত এডিটৰ গীল্ড অফ ইণ্ডিয়াই এইদৰে লিখে।

অসমীয়া প্ৰতিদিন আৰু দৈনিক অসমৰ সাংবাদিক মিলন মহন্তক দুস্কৃতিকাৰীয়ে বান্ধি প্ৰহাৰ কৰা ঘটনাই অসমত সাংবাদিক সকলে কি ভয়াবহ পৰিবেশৰ মাজত নিজৰ দায়িত্ব সম্পাদন কৰিবলীয়া হৈছে সেয়া প্ৰতিফলিত কৰিছে বুলিও পত্ৰখনত উল্লেখ কৰা হয়।

আনহাতে, সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভতো এডিটৰ গীল্ডে গভীৰ উদ্বেগ ব্যক্ত কৰি শীঘ্ৰে এই পৰিবেশৰ অন্ত পেলাই সাংবাদিকতাৰ সুস্থ পৰিবেশ ঘুৰাই অনাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

Recent News

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd