• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১ ছেপ্তেম্বৰৰ পৰা শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকাই বাধ্যতামূলকভাৱে যাব লাগিব শিক্ষানুষ্ঠানলৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 18, 2020 5:48 pm

1 min read

WhatsApp Image 2020-07-16 at 5.55.15 PM

জনতা ভৱনত বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

733
VIEWS
Share on FacebookShare on Twitter

অসমৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

সংবাদমেলত শিক্ষা মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ কেতিয়াৰ পৰা খুলিব এই সম্পৰ্কত কোনোধৰণৰ মন্তব্য প্ৰকাশ নকৰিলেও ১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু অধ্যাপক-অধ্যাপিকা সকলে নিজৰ শিক্ষানুষ্ঠানলৈ বাধ্যতামূলকভাৱে যাব লাগিব বুলি কয়।

ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলৰ মংগল তথা সুৰক্ষাৰ কথা বিবেচনা কৰি ২১ আগষ্টৰ পৰা ৩১ আগষ্টলৈ ৰাজ্যৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু অধ্যাপক-অধ্যাপিকা সকলে কোভিড টেষ্ট কৰিব লাগিব বুলিও সংবাদমেলত শিক্ষা মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

‘‘যিহেতু কোভিড এক ৰাষ্ট্ৰীয় দুৰ্যোগ সেয়েহে শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনালৈ অপেক্ষা কৰিব লাগিব। যেতিয়াই কেন্দ্ৰ চৰকাৰে শিক্ষানুষ্ঠান সমূহ খোলাৰ বাবে সেউজ সংকেত দিয়ে আমি শিক্ষানুষ্ঠানসমূহ খোলাৰ ব্যৱস্থা গ্ৰহণ কৰিম,’’ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd