• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিক্ষা মন্ত্ৰ্যালয়ৰ নতুন স্কুল বেগ নীতি; ছাত্ৰ-ছাত্ৰীৰ শৰীৰৰ ওজনৰ ১০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব স্কুল বেগৰ ওজন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 9, 2020 11:59 am

1 min read

শিক্ষা মন্ত্ৰ্যালয়ৰ নতুন স্কুল বেগ নীতি; ছাত্ৰ-ছাত্ৰীৰ শৰীৰৰ ওজনৰ ১০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব স্কুল বেগৰ ওজন
4.3k
VIEWS
Share on FacebookShare on Twitter

ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ কঢ়িয়াবলগীয়া হোৱা স্কুল বেগৰ ওজনৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে।

দেশৰ শিক্ষা মন্ত্ৰ্যালয়ে প্ৰস্তুত কৰা ২০২০ বৰ্ষৰ স্কুল বেগ নীতি অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ লৈ যোৱা বেগৰ ওজন তেওঁলোকৰ শৰীৰৰ ওজনৰ ১০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব।

ইয়াৰ উপৰি শেহতীয়া স্কুল বেগ নীতিত উল্লেখ কৰা অনুসৰি বিদ্যালয় সমূহত ল’কাৰৰ ব্যৱস্থা থাকিব লাগিব লগতে ট্ৰ’লী স্কুল বেগ বন্ধ হ’ব লাগিব।

আনহাতে, ছাত্ৰ-ছাত্ৰী সকলৰ বেগৰ ওজন নিৰূপনৰ বাবে বিদ্যালয় সমূহত ডিজিটেল ওজন জোখা মেচিনো থাকিব লাগিব বুলি শিক্ষা মন্ত্ৰ্যালয়ে জাননীত উল্লেখ কৰে।

উল্লেখযোগ্য যে, ২০১৮ চনত অসমৰ শিক্ষা বিভাগে স্কুল বেগৰ ওজন হ্ৰাস কৰা সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল।

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সৰ্বোচ্চ ওজন ১.৫ কেজি, তৃতীয় আৰু ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বোচ্চ ৩ কেজি, ৫ম আৰু ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ৪ কেজি আৰু ৮ম, ৯ম আৰু ১০ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কঢ়িয়াবলগীয়া সৰ্বোচ্চ ওজন আছিল ৫ কেজি।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd