• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঠ মাহৰ গৰ্ভৱতী হৈয়ো টাইকোৱাণ্ডোত স্বৰ্ণ জয়; মহিলা এথলেটৰ প্ৰশংসাৰে উপচিল ছচিয়েল মিডিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2021 11:03 am
8 month pregnant woman win gold in taikoandoo

আঠ মাহৰ গৰ্ভৱতী হৈয়ো টাইকোৱাণ্ডোত স্বৰ্ণ জয় কৰা আমিনাত ইদ্ৰিছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসাধ্য সাধন কৰি ক্ৰীড়া বিশ্বক স্তম্ভিত কৰি তুলিছে এগৰাকী মহিলাই। নাইজেৰিয়াৰ এগৰাকী মহিলা এথলেটে প্ৰমান কৰি দিছে যে ইচ্ছাশক্তিৰ আগত সকলো বাধাই নতিস্বীকাৰ কৰিবলৈ বাধ্য।

আঠ মাহৰ গৰ্ভৱতী হৈয়ো টাইকোৱাণ্ডো প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ স্বৰ্ণ পদক অৰ্জন কৰে মহিলা এথলেটগৰাকীয়ে।

Apply Now

এই বাতৰি পোহৰলৈ অহাৰ পাছতে ছচিয়েল মিডিয়াত বিভিন্নজনে মহিলাগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে।

বাতৰি অনুসৰি, নাইজেৰিয়াত অনুষ্ঠিত নেশ্যনেল স্প’ৰ্টছ ফেষ্টিভেলত টাইকোৱাণ্ডো শাখাত আমিনাত ইদ্ৰিছ নামৰ ২৬বছৰীয়া মহিলা এথলেটগৰাকী প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল।

পিচে, আনসকলৰ দৰে তেওঁ শাৰীৰিক অৱস্থা স্বাভাৱিক নাছিল। কিয়নো তেওঁ আছিল আঠ মাহৰ গৰ্ভৱতী। তথাপি মনৰ জোৰত অংশ লৈছিল প্ৰতিযোগিতাত।

কিন্তু প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সকলোকে আচৰিত কৰি তুলি সোণৰ পদক হস্তগত কৰে এথলেটগৰাকীয়ে।

মহিলা এথলেটগৰাকীৰ খেলৰ ভিডিঅ’টোও ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

An inspiring outing by heavily pregnant Aminat Idrees who won a gold medal for Lagos at the ongoing National Sports Festival in Benin, Edo State.

Aminat Idrees who is 8 months pregnant won gold in the Mixed Poomsae category in Taekwondo pic.twitter.com/rr4fxJCfMs

— National Sports Festival 2020 (@nsf_edo) April 5, 2021

এক সাক্ষাৎকাৰত ইদ্ৰিছে কয়,’’এইটো মোৰ বাবে অত্যন্ত সন্মানৰ বিষয়। কেইদিনমান প্ৰশিক্ষণ লোৱাৰ পাছতে মই প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ বাবে মন বান্ধিছিলো। স্বৰ্ণ পদক জয় কৰি সেয়েহে খুব আনন্দিত।‘’

এগৰাকী গৰ্ভৱতী মহিলা এথলেটে টাইকোৱাণ্ডোৰ দৰে খেলত স্বৰ্ণ লাভ কৰাটো সঁচাকৈয়ে এক আচৰিত কৰি তোলা ঘটনা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm
চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

June 25, 2026 7:59 pm
সাধাৰণ জনতালৈ চৰকাৰৰ নতুন নিৰ্দেশনা: ১ জুলাইৰ পৰা বৃদ্ধি পাব পাছপোৰ্টৰ মাচুল, তৎকাল পাছপোৰ্টৰ বাবে ভৰিব লাগিব ৫০০০ টকা

সাধাৰণ জনতালৈ চৰকাৰৰ নতুন নিৰ্দেশনা: ১ জুলাইৰ পৰা বৃদ্ধি পাব পাছপোৰ্টৰ মাচুল, তৎকাল পাছপোৰ্টৰ বাবে ভৰিব লাগিব ৫০০০ টকা

June 25, 2026 7:33 pm
ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

June 25, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm
চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

June 25, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd