• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাগদাদস্থিত মাৰ্কিন দূতাবাসত ভয়ংকৰ আক্ৰমণ, আচাৰি পৰিল ৮ টাকৈ ৰকেট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2020 1:18 pm

1 min read

a bagdad
209
VIEWS
Share on FacebookShare on Twitter

ইটোৰ পিছত সিটো ৰকেট আক্ৰমণত কঁপি উঠিল ইৰাকৰ ৰাজধানী বাগদাদ।

দেওবাৰে নিশা মাৰ্কিন দূতাবাসৰ ওপৰত সন্ত্ৰাসবাদীয়ে ৮টাকৈ ৰকেট নিক্ষেপ কৰে।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি নিশাৰ ভাগত প্ৰথমে তিনিটা ৰকেট আহি বাগদাদৰ গ্ৰীণজ’নৰ  নিচেই কাষত আহি পৰে।

এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা  নাই বা কোনো লোক আহতও হোৱা নাই বুলি জানিব পৰা গৈছে।

কিছুসময় পিছতে আন পাঁচটা ৰকেটে মাৰ্কিন দূতাবাসৰ চৌহদত আঘাত কৰে।ফলত দূতাবাসটোৰ বিস্তৰ ক্ষতিসাধন হয়।সৌভাগ্যক্ৰমে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই।

বিগত ছেপ্তেম্বৰ মাহতো বাগদাদৰ মাৰ্কিন দূতাসত সন্ত্ৰাসবাদীয়ে ৰকেট আক্ৰমণ সংঘটিত কৰিছিল।

বাগদাদৰ সন্ত্ৰাসবাদী অধ্যুষিত অঞ্চলৰ পৰা এই ৰকেট নিক্ষেপ কৰা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও এয়া তালিবানৰে কাম হব পাৰে বুলি চৰকাৰী সূত্ৰই সন্দেহ ব্যক্ত কৰিছে।

ইপিনে বাগদাদত থকা মাৰ্কিন দূতাবাসৰ ওপৰত সন্ত্ৰাসবাদী চলোৱা আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে মাৰ্কিন প্ৰশাসনে।

দূতাবাসটোৰ সুৰক্ষাৰ ক্ষেত্ৰত ইৰাকৰ চৰকাৰ ব্যৰ্থ হোৱা বুলি মাৰ্কিন প্ৰশাসনে আজি পুনৰ বাৰ অভিযোগ কৰে।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd