• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিড১৯ : স্মশান বিচাৰি চাইকেলত মৃত পত্নীৰ মৃতদেহ কঢ়িয়াই ফুৰিল এজন লোকে, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2021 8:14 pm
724
VIEWS
Share on FacebookShare on Twitter

উত্তৰপ্ৰদেশৰ যৌনপুৰ জিলাৰ এখন গাঁৱত মঙলবাৰে সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা।

মৃত পত্নীক স্মশানলৈ নিজৰ চাইকেলতে কঢ়িয়াই নিব লগা হ’ল মৃত পত্নীৰ স্বামীয়ে।

যৌনপুৰৰ উক্ত গাওঁখনৰ গাওঁৱাসীয়ে কৰোণাভাইৰাচ সংক্ৰমণ হোৱাৰ আশংকাত পত্নীক গাঁৱত দাহ কৰিবলৈ অনুমতি প্ৰদান নকৰিলে।

অৱশ্যে স্থানীয় প্ৰশাসনে তেওঁৰ পত্নী ক’ভিড পজিটিভ হৈ মৃত্যুবৰণ কৰাৰ বিষয়টোত নিশ্চিতিপ্ৰদান কৰা নাই।

উপায়হীন হৈ নিজৰ মৃত পত্নীক চাইকেলেৰে তেওঁ চাৰি ঘণ্টাজুৰি কঢ়িয়াই ফুৰিবলগা হয়।

এই হৃদয়বিদাৰক দৃশ্যটো প্ৰত্যক্ষ কৰিও কোনো গাওঁবাসীয়ে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি নাহিল, আনকি সমবেদনাও জ্ঞাপন নকৰিলে।

আৰক্ষীয়ে ঘটনাটো সম্পৰ্কত অৱগত হোৱাৰ পাছতে লোকজনৰ পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন কৰে।

সেই অনুসৰি অৱশেষত ৰামঘাট নামৰ এটা ৰাজহুৱা স্মশানঘাটত পত্নীক দাহ কৰা হয়।

মৃত পত্নীগৰাকীক ৰাজকুমাৰী (৫০) নামেৰে জনা গৈছে।

আনহাতে তেওঁৰ স্বামীৰ নাম তিলকধাৰী সিং।

তেওঁলোক যৌনপুৰ জিলাৰ মদিয়াহু কটৱালী অঞ্চলৰ অম্বৰুপৰ গাঁৱৰ বাসিন্দা।

সোমবাৰে পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটাত জিলাখনৰ উমানাথ সিং জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ভৰ্তি কৰোৱাৰ পাছতে পত্নীৰ মৃত্যু হয়।

ইতিমধ্যে সামাজিক মাধ্যমত সমগ্ৰ ঘটনাটোৰ ফটোসমূহ ভাইৰেল হৈ পৰিছে।

বহু লোকে এইক্ষেত্ৰত স্থানীয় প্ৰশাসনক সমালোচনা কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd