• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহিল ৮০ কোটি টকাৰ বিদ্যুতৰ বিল! দেখিয়েই অসুস্থ বৃদ্ধ, হাস্পাতলত ভৰ্তি আৰু তাৰপাছত…

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2021 5:06 pm
ezgifcom-gif-maker-63_6035f86843de5
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদ্যুতৰ বিলক লৈ অসন্তুষ্টিৰ বিষয়টো প্ৰায়েই বাতৰি হোৱা দেখা যায়। কিন্তু সেয়া যদি দেখি চকু কপালত উঠা ধৰণৰ হয়? কি ঘটিব পাৰে তেনে গছত গৰু উঠাৰ দৰে এক বিশ্বাস কৰিব নোৱাৰা সংখ্যাৰ বিল যদি কাৰোবাৰ ওচৰলৈ আহে।

গণপত নায়কৰ দৰে অশীতিপৰ বৃদ্ধগৰাকীৰ ক্ষেত্ৰতো ঘটিল এনে এক কাণ্ড। অলপ অচৰপ ডাঙৰ সংখ্যাৰ বিল নহয়, একেবাৰে চকুকে বিশ্বাস কৰিব নোৱাৰা এখন ৮০কোটি টকাৰ বিদ্যুতৰ বিল!

Apply Now

বিলখন দেখা মাত্ৰকে বজ্ৰপাত পৰা মানুহৰ দৰে থৰ হৈ পৰে গণপত নায়ক। লগে লগে বৃদ্ধি পায় তেওঁৰ ৰক্তচাপ। তেওঁৰ অৱস্থা দেখি ততাতয়াকৈ তেওঁ হাস্পাতলত ভৰ্তি কৰা হয়।

মহাৰাষ্ট্ৰৰ নালা ছোপাৰাৰ বাসিন্দা বৃদ্ধগৰাকী অৱশ্যেই ধনী ব্যক্তি। ধান কলৰ মালিক গণপতৰ বাবে তথাপিও কিন্তু এনে এক অদ্ভুত বিদ্যুৎ বিলৰ সন্মুখীন হোৱাটো সম্ভৱ নহয়। তদুপৰি, তেওঁ আছিল এগৰাকী হৃদৰোগী।

এনে অৱস্থাত তেওঁৰ শৰীৰত কঁপনি উঠে। পৰিয়ালৰ লোকে লগে লগে তেওঁক হাস্পাতললৈ লৈ যায়। গণপতৰ নাতিয়েক নীৰজেও বিলখন দেখি স্তম্ভিত হৈ পৰে।

নীৰজে কয়,’’আমি সকলোৱে তেতিয়া ধানকলতেই আছিলো। বিলখন দেখি প্ৰথমতে ভাৱ হৈছিল গোটেই জিলাখনৰ বিল এইখন। কিন্তু ভালকৈ চোৱাৰ পাছত বুজিব পাৰো যে সেই আমাৰেই বিল। লকডাউনৰ সময়ত মিটাৰ ৰিডিঙৰ সমস্যাৰ বাবে বহুসময়ত অধিক টকাৰ বিল আহিছে। আমি ভয় খাইছিলো ইলেকট্ৰিচিটি বোৰ্ডে বোধহয় বকেয়া বিল পঠিয়াই দিছে।‘’

কিন্তু তথাপিও ইমান টকা? এয়া যে কল্পনাৰো বাহিৰত। তেনেহ’লে এয়া কি? সকলোকে চিন্তিত কৰি তুলিছিল বিলখনে।

অৱশেষত ইলেকট্ৰিচিটি বোৰ্ডে বিলখন ভুল হোৱাৰ কথা স্বীকাৰ কৰি জানিবলৈ দিয়ে, ‘’যিটো এজেন্সিয়ে বিল বনাইছে তেওঁলোকে ৬ টা অংকৰ ঠাইত ৯টা অংকৰ বিল বনাইছে। তাতেই গোলমালটো লাগিল। পাছত আমি বিষয়টো বিতংভাৱে চাই ভুলটো ধৰিব পাৰিছো।‘’

তাৰপাছত নতুন বিল পঠিওৱা হৈছে গণপত নায়কৰ পৰিয়াললৈ। সেয়া পোৱাৰ পাছত স্বস্তি লাভ কৰিছে পৰিয়ালটোৱে। গণপততৰ ৰক্তচাপো স্বাভাৱিক অৱস্থালৈ আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm
বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

October 25, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd