DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজনৈতিক দল, নিৰ্দলীয় প্ৰাৰ্থী আৰু প্ৰতিনিধিৰ সৈতে নিৰ্বাচনী পৰ্যবেক্ষকৰ গুৰুত্বপূৰ্ণ বৈঠক

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
March 14, 2021 6:38 am
IMG-20210313-WA0038

ফটো: নর্থইষ্ট নাও।

210
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ আৱৰ্ত ভৱনৰ সভাকক্ষত শনিবাৰে গোলাঘাট নিৰ্বাচন জিলাৰ পৰ্যবেক্ষক ৰামকৃষ্ণ চাহুৰ অধ্যক্ষতাত ৯৫ নংগোলাঘাট আৰু ৯৬নংখুমটাই সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থী আৰু প্ৰতিনিধিৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত হয়।

বৈঠকত পৰ্যবেক্ষকগৰাকীয়ে ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীসকলৰ বিভিন্ন অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে নিৰ্বাচনী আৰ্হি আচৰণ বিধি পালনৰ ক্ষেত্ৰত সতৰ্ক হ’বলৈ আহ্বান জনায়।

তেওঁ নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনাসমূহ পালন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

বৈঠকত অংশ লৈ অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকাই আৰ্হি আচৰণ বিধি সম্পৰ্কীয় বিভিন্ন দিশসমূহ বিতংভাৱে অৱগত কৰায়।

তেওঁ লগতে নিৰ্বাচন সম্পৰ্কীয় যিকোনো বিষয় লৈ হেল্পলাইন নম্বৰ ১৯৫০ ত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ মাইকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ লগতে ২৫ মাৰ্চ সন্ধিয়া ৫ বজাৰ পাছত প্ৰচাৰ অভিযান বন্ধ কৰিব লাগিব।

তেওঁ আৰ্হি আচৰণ বিধি ভংগ কৰাৰ কোনো ঘটনা দৃষ্টিগোচৰ হ’লে C-Vigil এপযোগে অভিযোগ দাখিল কৰিবলৈকো আহ্বান জনায়।

বৈঠকত অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা আৰু ভালেকেইগৰাকী বিষয়া উপস্থিত আছিল।

Recent News

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

মুখ্যমন্ত্ৰীয়ে নহয়; ৰেডিচন ব্লুৰ GST ৰ ধন দিবলৈ প্ৰস্তুত তৃণমূলৰ সভাপতি ৰিপুন বৰা

মুখ্যমন্ত্ৰীয়ে নহয়; ৰেডিচন ব্লুৰ GST ৰ ধন দিবলৈ প্ৰস্তুত তৃণমূলৰ সভাপতি ৰিপুন বৰা

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

Cop suicide After Firing Colleague

প্ৰথমে মহিলা সতীৰ্থলৈ গুলীচালনা; তাৰ পিছত নিজকে গুলীয়াই হত্যা আৰক্ষী পৰিদৰ্শকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd