• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

আজি বিভিন্ন ৰাজ্যৰ মুঠ ২০খন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2020 7:15 am
TH14KRAVENKAIAH

ৰাজ্যসভাৰ প্ৰতিনিধিত্বমূলক ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এপিনে কৰ’নাৰ সংহাৰ আৰু আনপিনে চীন সীমান্তত যুদ্ধমুখৰ পৰিৱেশৰ মাজতে আজি বিভিন্ন ৰাজ্যৰ মুঠ ২০খন ৰাজ্যসভাৰ আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

আজি ভোটগ্ৰহণ হ’বলগীয়া আসনকেইখনৰ ভিতৰত আছে অন্ধ্ৰ প্ৰদেশৰ ৪খন, গুজৰাটৰ ৪খন, ৰাজস্থানৰ ৩খন, ঝাড়খণ্ডৰ ২খন, মধ্যপ্ৰদেশৰ ৩খন, মণিপুৰৰ ১খন,মেঘালয়ৰ ১খন, অৰুণাচল প্ৰদেশৰ ১খন আৰু মিজোৰামৰ ১খন আসন।

Apply Now

গুজৰাট, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ আসনকেইখনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে যদিও এইসময়ত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে মণিপুৰৰ আসনখনৰ ওপৰতহে।

ৰাজ্যসভাৰ এই নিৰ্বাচনৰ পূৰ্বেই মণিপুৰত তিনিগৰাকী বিজেপি বিধায়কে পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে।

বিজেপি চৰকাৰখনৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰি তিনিগৰাকী মন্ত্ৰীকে ধৰি আন ছয়জন বিধায়কেও বিৰোধী শিৱিৰত অৱস্থান গ্ৰহণ কৰিছে।

স্বাভাৱিকতে মণিপুৰৰ ৰাজ্যসভাৰ এই আসনখনৰ ওপৰত ৰাজনৈতিক পৰ্যবেক্ষকৰ দৃষ্টি ৰৈছে।

মণিপুৰৰ ৰাজ্যসভাৰ আসনখনৰ বাবে বিজেপিয়ে লেইছেম্বা ছানাজওবাক আৰু কংগ্ৰেছে টী মাংগি বাবুক প্ৰাৰ্থিত্ব দিছে।

গুজৰাটত চাৰিখন আসনৰ ভিতৰত বিজেপিয়ে ৩খন আৰু কংগ্ৰেছে ২খন আসনত প্ৰাৰ্থী আগবঢ়াইছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল দলীয় ভোটেৰে নিজৰ প্ৰাৰ্থক বিজয়ী কৰিব পৰাকৈ বিজেপি বা কংগ্ৰেছ কাৰো হাততে প্ৰয়োজনীয় সংখ্যা নাই।

মধ্যপ্ৰদেশত যোৱা মাৰ্চ মাহত জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্ব কেইবাগৰাকীও কংগ্ৰেছী বিধায়কে কমল নাথ চৰকাৰক সংকটত পেলাই বিজেপিত যোগদান কৰিছিল। বৰ্তমান বিজেপ শাসিত মধ্যপ্ৰদেশৰ ৩খন আসনৰ ভিতৰত কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই দুজনকৈ প্ৰাৰ্থী নিক্ষেপ কৰিছে।

সেইদৰে ৰাজস্থানতে ৩খন আসনৰ বাবে বিজেপি তথা কংগ্ৰেছ দলে দুজনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

যোৱা ফেব্ৰুৱাৰিত ১৭খন ৰাজ্যৰ মুঠ ৫৫খন আসনৰ বাবে নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ কথা ঘোষণা কৰাৰ পাছত মাৰ্চত আয়োগে ৩৭গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ কথা ঘোষণা কৰিছিল।

বাকী ৰোৱা ১৮খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰাৰ পাছত অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ এখনকৈ ৰাজ্যসভাৰ আসনৰ বাবেও নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd