• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচিৰ মতে নহয়, ভোটাৰ তালিকা মতেহে হ’ব ভোটদান : মুখ্য নিৰ্বাচনী বিষয়া

অনুপ শর্মা by অনুপ শর্মা
March 11, 2019 6:58 pm
11-03-19-Guwahati-CEO-Mukesh-Sahu-a-press-conference-4-750x375

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত কৰা সংবাদেমল। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে সোমবাৰে কয় যে যিসকলৰ নাম ভোটাৰ তালিকাত আছে তেওঁলোকে আগন্তুক লোকসভা নিৰ্বাচনত ভোটদান কৰিব পাৰিব। অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত মুঠ ২,১৭,৬০,৬০৪ গৰাকী ভোটাৰে ভোটদানৰ বাবে সাজু হোৱা বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।

‘’ভোটাৰ তালিকাত যিসকল লোকৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকে ভোটদান কৰিব পাৰিব,’’-যোৱা বছৰ অসম চৰকাৰে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত যিসকলৰ নাম বাদ পৰিছে তেওঁলোকৰ কি হ’ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে এইদৰে কয়।

Apply Now

অসমৰ এক বৃহৎ সংখ্যক জনসাধাৰণৰ মাজত চূড়ান্ত খচৰাত বাদ পৰা লোকসকলে ভোটদান কৰিব পাৰিবনে নে নাই তাক লৈ এক সন্দেহৰ সৃষ্টি হৈছিল। যোৱা বছৰ প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰিছিল।

উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগে দেওবাৰে সমগ্ৰ দেশৰ লগতে অসমতো লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে। সেই মতে, অসমত ১৪ টা লোকসভা সমষ্টিৰ বাবে অহা ১১, ১৮ আৰু ২৩ এপ্ৰিলত তিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

চাহুৱে কয় যে অসমত বৰ্তমান ১,০৬,২৭,৮২২ গৰাকী মহিলা ভোটাৰকে ধৰি মুঠ২,১৭,৬০,৬০৪ গৰাকী ভোটাৰ আছে। ‘’এইবাৰ ১৮ৰ পৰা ১৯ বছৰৰ বয়সৰ ভিতৰৰ প্ৰথমবাৰৰ বাবে ভোট দিবলগীয়া ৭,০৬,৪৮৯ গৰাকী ভোটাৰ আছে,’’ বুলি উল্লেখ কৰি লগতে কয় যে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া মহিলাৰ সংখ্যা হৈছে ৩,০১,৭৭৪গৰাকী।

ভোটকেন্দ্ৰ সমূহৰ স্পৰ্শকাতৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত চাহুৱে কয় যে ৰাজ্যখনৰ মুঠ ২৮,১৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৩,৬৬৩ টা অতি স্পৰ্শকাতৰ আৰু ১,৯১৩ টা জটিল ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে।

মুখ্য নিৰ্বাচনী বিষয়া চাহুৱে লগতে জানিবলৈ দিয়ে যে অহা ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ত ৭৫,১৬,২৮৪ গৰাকীয়ে আৰু ১৮ তাৰিখৰ দ্বিতীয় পৰ্যায়ত ৬৮,৩৬,৪৯৪গৰাকী ভোটাৰে ভোটদান সাৱ্যস্ত কৰিবলৈ সাজু  হোৱাৰ বিপৰীতে ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ত ৭৪,০৭,৮২৪ গৰাকীয়ে ভোটদান কৰিব।

অনুপ শর্মা

অনুপ শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd