• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদত বহিল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , October 30, 2018 1:37 pm

1 min read

IMG_20181030_114634

ফটো নর্থ-ইষ্ট নাও

154
VIEWS
Share on FacebookShare on Twitter

ক’লা বেজ পৰিধান কৰি এইবাৰ প্ৰতিবাদত বহিল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী। আজি অসম ষ্টেট পাৱাৰ ৱৰকাৰ্ছ য়ুনিয়নৰ বিশ্বনাথ চাৰিআলি শাখাই ১৮ দফীয়া দাবী চনদ আদায়ৰ বাবে আন্দোলনৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

অসম শক্তি উৎপাদন নিগমৰ অন্তৰ্গত সকলো নিৰ্মীয়মান প্ৰকল্প শীঘ্ৰে সম্পুৰ্ণ কৰি সকলো প্ৰস্তাৱিত বিদ্যুৎ প্ৰকল্প কাৰ্য্যকৰী কৰা আৰু ৰাজ্যখনক বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ বাবে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ চাৰিআলিস্থিত বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সম্মুখত ২ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।

সাধাৰণতে নিম্ন মানৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবে ৰাজ্যত প্ৰায়ে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। যাৰ ফলত ৰাজ্যখনত বহুতো সাধাৰণ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক উন্নত মানৰ বিদ্যুৎ পৰিবাহী তাঁৰ, পুৰণি ট্ৰেন্সফৰ্মাৰ সলনি কৰি নতুন ট্ৰেন্সফৰ্মাৰ সংস্থাপন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰাৰ বাবে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা বুলি জনায়।

Recent News

210303215044-byun-hui-su-file-exlarge-169

দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ সৈনিকৰ মৃতদেহ উদ্ধাৰ : যোৱা বৰ্ষত পুৰুষৰ পৰা মহিলা হৈছিল সৈনিকগৰাকী

Whale-vomit-1_603f597c9f73d

কপাল! তিমিৰ বমি বুটলি আনি নিশাৰ ভিতৰতে কোটিপতি হ’ল এইগৰাকী মহিলা

BJP-AGP

ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

accident final

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd