• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবেই মহানগৰীৰ গড়চুকৰ সমীপৰ গাৰোঘুলিত বিদ্যুৎস্পৃষ্ট হৈ মখনা হাতীৰ কৰুণ মৃত্যু

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
October 25, 2021 1:10 pm
elephant electrocuted
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Elephant dies due to electrocution মহানগৰীৰ গড়চুকৰ সমীপৰ গাৰোঘুলিত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা প্ৰাপ্ত বয়স্ক মখনা হাতীৰ কৰুণ মৃত্যু ঘটে।

প্ৰায় চাৰে ফুট ওখ হাতীটোৰ এইদৰে বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হোৱাৰ ঘটনাই স্বাভাৱিকতে প্ৰকৃতিপ্ৰেমীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে এইদৰে বন্যপ্ৰাণীৰ অকাল মৃত্যুৰ ঘটনাক বহুতেই সহজভাৱে ল’ব পৰা নাই।

Apply Now

হাতীটোৰ উচ্চতালৈ চাই ক’ব পাৰি যে অসমত ইয়াতকৈয়ো অধিক উচ্চতাৰ প্ৰায় ৯ ফুটলৈকে উচ্চতাৰ হাতী আছে। কিন্তু বিদ্যুৎ বিভাগে বন্যপ্ৰাণী চলাচল কৰা অঞ্চলসমূহত ইমান তলেৰে কেনেকৈ বিদ্যুৎ প্ৰবাহিত তাঁৰ সংযোগ কৰিছে তাক লৈ প্ৰশ্ন উঠিছে।

কামৰূপ (পূব) সংমণ্ডলৰ ডিএফঅ’ ৰোহিনী বল্লভ শইকীয়াই নৰ্থ ইষ্ট নাওৰ আগত জানিবলৈ দি কয় যে বন বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈছে।

‘’মই এই বিষয়ত জিলা উপায়ুক্তৰ সৈতে কথা পাতিছো। আমি বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছো। ইতিমধ্যে এপিডিচিএললৈ পত্ৰও প্ৰেৰণ কৰিছো। মহানগৰীৰ উপকণ্ঠ অঞ্চসমূহত বিদ্যুৎ বিভাগৰ এনে গাফিলতিবোৰ দেখা গৈছে,’’- ডিএফঅ’ শইকীয়াই কয়।

এইদৰে বিদ্যুৎস্পৃষ্ট হৈ পৰা হাতীটোৰ মৃত্যুমুখত বিষয়টো বন বিভাগে চালিজাৰি চাই আছে বুলিও ডিএফঅ’গৰাকীয়েও জানিবলৈ দিয়ে।

বিভিন্ন ৰাজ্যত বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ হাতীৰ মৃত্যুৰ ঘটনাত  আদালতে সংশ্লিষ্ট বিদ্যুৎ বিভাগক সকীয়াই দিয়াৰ উদাহৰণ আছে।

যোৱা বছৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে (NGT) তামিলনাডুৰ বিদ্যুৎ বিভাগক ৰাজ্যখনত বিদ্যুস্পৃষ্ট হৈ হাতীৰ মৃত্যুৰ ঘটনা বৃদ্ধিৰ বাবে জগৰীয়া কৰি তীব্ৰ সমালোচনা কৰাৰ লগতে নিজাকৈ গোচৰো লৈছিল।

উল্লেখ্য যে দেওবাৰে গোলাঘাটতো এটা প্ৰাপ্ত বয়স্ক হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে।

জানিব পৰা মতে, ধলাগাঁও পথাৰৰত প্ৰায় ১৮ বছৰীয়া হাতীটোৰ মৃতদেহটোৰ ওচৰত এটা ১১কেভি লাইনৰ বিদ্যুতৰ খুটা আছিল আৰু মৃত হাতীটোৰ দেহৰ শৰীৰত পোৰা চিহ্ন দেখা গৈছিল।

ৰাজ্যখনৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দি বিদ্যুৎ বিভাগৰ গাফিলতিৰ যথোচিত তদন্তৰ দাবী তুলিছে প্ৰকৃতিপ্ৰেমীয়ে।       

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm
গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

August 20, 2026 3:28 pm
ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd