• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিহৰ ফুটনি! মুকেশ আম্বানিয়ে গোটেই জীৱন যিমান কমালে সেয়া এবছৰতে কমালে এলন মাস্কে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2021 4:42 pm
Ambani vs Elon
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Elon Mask vs Mukesh Ambani চলিত বছৰত এতিয়ালৈকে এলন মাস্কৰ সম্পদ বৃদ্ধি পাইছে ১১৭ বিলিয়ন ডলাৰ। আনহাতে মুকেশ আম্বানিৰ মুঠ সম্পদৰ পৰিমান হৈছে ১০১ বিলিয়ন ডলাৰ।

এলন মাস্কৰ হাতত এসময়ত এখন কম দামী গাড়ী কিনাৰো সামৰ্থ্য নাছিল। কিন্তু আজি তেওঁ বিশ্বৰ আটাইতকৈ ডাঙৰ গাড়ীৰ কোম্পানীৰ মালিক।

এলন মাস্ক চলিত বছৰৰ আয় তথা মুঠ সম্পদৰ পৰিমানৰ দিশৰ পৰা বিশ্বৰ ধনী ব্যক্তিৰ এক নম্বৰ স্থানত আছে।

Apply Now

সোমবাৰে এলন ৰিভ মাস্কৰ সম্পদ এদিনতে ৩৬.২ বিলিয়ন ডলাৰ বৃদ্ধি পায়। ভাৰতীয় মুদ্ৰাৰ হিচাপত যাৰ পৰিমান ২.৭১লাখ কোটি টকা।

ব্লুমবাৰ্গ বিলিয়নাৰ্ছ ইনডেক্সৰ ইতিহাসত এইটোৱে হৈছে এদিনত আটাইতকৈ বেছি সম্পদ বৃদ্ধিৰ অভিলেখ। ফলত এলন মাস্ক এতিয়া ২৮৭বিলিয়ন ডলাৰৰ সম্পদৰ গৰাকী আৰু তেওঁৰ বিশ্বৰ ধনীতম ব্যক্তি।

Also Read: আলফা (স্বাধীন)ত যোগদান কৰাৰ মুকলি ঘোষণা এগৰাকী যুৱকৰ; টুইটাৰযোগে কৰিলে ঘোষণা

এইক্ষেত্ৰত দ্বিতীয় স্থানত আছে এমাজনৰ প্ৰাক্তন চিইঅ’ জেফ বেজোছ। তেওওঁৰ সম্পদৰ পৰিমানৰ সৈতে প্ৰায় ৯০ বিলিয়ন ডলাৰৰ পাৰ্থক্য আছে।  

ব্লুমবাৰ্গ বিলিয়নাৰ্ছ ইনডেক্সৰ মতে মঙলবাৰে জেফ বেজোছৰ মুঠ সম্পদ আছিল ১৯৬ বিলিয়ন ডলাৰ।

চলিত বছৰত এতিয়ালৈকে এলন মাস্কৰ সম্পদ বৃদ্ধি পাইছে ১১৭ বিলিয়ন ডলাৰ। ইয়াৰ বিপৰীতে ভাৰতৰ ধনকুবেৰ মুকেশ আম্বানিৰ মুঠ সম্পদৰ পৰিমানেই হৈছে ১০১বিলিয়ন ডলাৰ।

সেই হিচাপত এবছৰতেই মুকেশ আম্বানিৰ মুঠ সম্পদৰ পৰিমানতকৈও অধিক আয় কৰিছে এলন মাস্কে।

Also Read: Containment zone declared বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ; মহানগৰীৰ এটা অঞ্চলৰ চাৰিটা স্থানক কন্টেইনমেন্ট জ’ন ঘোষণা

চলিত বছৰত আয়ৰ হিচাপত তিনি নম্বৰ স্থানত আছে আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি। এই বছৰতে তেওঁৰ সম্পদৰ পৰিমান অবিশ্বাস্যভাৱে ৪৩.৮ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে।

তেওঁৰ মুঠ সম্পদৰ পৰিমান হৈছে ৭৭.৬ বিলিয়ন ডলাৰ। আদানি আৰু তেওঁৰ পৰিয়ালে যোৱা এবছৰ ধৰি দৈনিক ১,০০২কোটি টকা উপাৰ্জন কৰিছে।          

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd